• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2025 12:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ইৰাণে ইজৰাইল আৰু আমেৰিকাই চলোৱা সামৰিক আক্ৰমণৰ সময়ত ভাৰতে আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। ইৰাণৰ দূতাবাসে ভাৰতৰ নাগৰিক, ৰাজনৈতিক দল আৰু প্ৰতিষ্ঠানসমূহৰ পৰা লাভ কৰা “প্ৰকৃত আৰু অমূল্য সমৰ্থনৰ বাবে প্ৰশংসা কৰে যদিও ভাৰত চৰকাৰৰ কথা পোনপতিয়াকৈ উল্লেখ কৰাৰ পৰা বিৰত থাকে।

উল্লেখ্য যে দেওবাৰে আমেৰিকাই ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত বোমা নিক্ষেপ কৰাৰ পিছত সংঘাত তীব্ৰতৰ হৈ পৰে। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছত বুধবাৰৰ পৰা যুদ্ধবিৰতি কাৰ্যকৰী হয়। নতুন দিল্লীয়ে যুদ্ধবিৰতিক আদৰণি জনাই পৰিস্থিতি সমাধানত সহায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

Apply Now

Statement of the Embassy of the Islamic Republic of Iran in New Delhi

On the occasion of the Iranian nation's victory in the face of military aggression by the Zionist regime and the United States, the Embassy of the Islamic Republic of Iran in New Delhi extends its heartfelt…

— Iran in India (@Iran_in_India) June 25, 2025

ইৰাণৰ দূতাবাসে ভাৰতৰ ৰাজনৈতিক নেতা, সংসদৰ সদস্য, এন জি অ’, ধৰ্মীয় নেতা, অধ্যাপক, সংবাদ মাধ্যমৰ সদস্য, সমাজ কৰ্মী আৰু ইৰাণক সমৰ্থন কৰা আন লোককে ধৰি ভাৰতৰ সকলো “স্বাধীনতাপ্ৰেমী” জনসাধাৰণৰ প্ৰতি “আন্তৰিক কৃতজ্ঞতা” প্ৰকাশ কৰে। ইয়াত কোৱা হৈছে যে সামৰিক আক্ৰমণৰ সময়ত শান্তি সমাৱেশত সমৰ্থন আৰু অংশগ্ৰহণৰ বাৰ্তাই ইৰাণৰ জনসাধাৰণক উৎসাহিত কৰিছিল।

দূতাবাসে কয় যে আক্ৰমণৰ মাজত ইৰাণৰ জনসাধাৰণৰ স্থিতিস্থাপকতাই তেওঁলোকৰ গৃহভূমিক সুৰক্ষা প্ৰদান কৰে আৰু আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাৰ বিৰুদ্ধে প্ৰতিৰোধ প্ৰদৰ্শন কৰে। তেওঁলোকে জোৰ দি কয় যে ইৰাণৰ প্ৰতি সমৰ্থন কেৱল ৰাজনৈতিক স্থিতি নহয়; ই ন্যায়, বৈধতা আৰু বিশ্ব শান্তিৰ মূল্যবোধৰ বাবে থিয় দিছে। ইৰাণ ইছলামিক ৰিপাব্লিকে আন্তঃৰাষ্ট্ৰীয় আইন ৰক্ষা আৰু আগ্ৰাসী নীতিৰ বিৰোধিতা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দূতাবাসৰ মতে যুদ্ধ, হিংসা আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ দেশসমূহৰ মাজত ঐক্য অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd