DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুজৰাটৰ সমুদ্ৰ তীৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ইৰানী নাওঁ জব্দ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 19, 2021 4:04 pm
Drug Seize
149
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সন্ত্ৰাসবাদ নিৰ্মূল বাহিনী আৰু নৌ সেনাৰ যুটীয়া অভিযানত গুজৰাটৰ সমুদ্ৰ উপকূলত বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু সাত জন ইৰানী মূলৰ ব্যক্তিসহ এখন ইৰাণী নাওঁ জব্দ কৰা হয়।

আজি সেনাৰ উচ্চপ্ৰদস্থ বিষয়ববীয়াই জানিবলৈ দিয়া মতে,শনিবাৰে নিশা সেনাৰ অভিযানত ভাৰতীয় জল সীমাৰ অন্তৰ্গত গুজৰাটৰ সমুদ্ৰ উপকূলত ইৰানী মূলৰ নাওঁখনৰ পৰা প্ৰায় ৩০-৫০ কিলোগ্ৰাম ওজনৰ হিৰ’ইন জব্দ কৰে,যাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আনুমানিক ২৫০ কোটি হ’ব বুলি অনুমান কৰা হৈছে।

অৱশ্যে পৰীক্ষাৰ অন্ততহে এই বিষয়ে নিশ্চয়তা লাভ কৰিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

নাওঁখনত থকা আটাইকেইজন লোকেই ইৰানৰ নাগৰিক বুলি ইতিমধ্যে জানিব পৰা গৈছে।

গুজৰাটৰ এজন জন সম্পৰ্কৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, প্ৰাথমিক তদন্তৰ বাবে নাওখন বৰ্তমান নিকটাৱৰ্তী বন্দৰত ৰখোৱা হৈছে।

গুজৰাটৰ সন্ত্ৰাসবাদ নিৰ্মূল বাহিনীৰ মহাপৰিদৰ্শক হিমাংশু শুক্লাই এক বিবৃতি যোগে ব্যক্ত কৰে যে, জল পথেদি ড্ৰাগছৰ চোৰাং বেহাৰ বিষয়ে তেওঁলোকে তথ্য লাভ কৰিছিল আৰু এই তথ্যৰ আধাৰত সন্ত্ৰাসবাদ নিৰ্মূল বাহিনী আৰু নৌ সেনাই যুটীয়াভাৱে এই অভিযান চলায়।

Recent News

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd