• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোগান ধৰিছিল গোপন তথ্য! আমেৰিকা-ইজৰাইলৰ আৰু ৯৭জন চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিলে ইৰাণে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2026 9:05 pm
ফটোঃ এ আই ।

ফটোঃ এ আই ।

54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ চোৰাংচোৱা মন্ত্ৰালয়ে জনোৱা মতে, আমেৰিকা আৰু ইজৰাইলৰ বাবে কাম কৰাৰ অভিযোগত কৰ্তৃপক্ষই আৰু ৯৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ১৩জনক দক্ষিণ-পূব ইৰাণত গ্ৰেপ্তাৰ কৰা হৈছে।

ইৰাণৰ সম্প্ৰচাৰক আই আৰ আই বিয়ে শ্বেয়াৰ কৰা এক বিবৃতিত মন্ত্ৰালয়ে কয় যে আটকাধীনসকলে সমগ্ৰ দেশতে অশান্তিৰ সৃষ্টি আৰু হত্যাকাণ্ড সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল।

Apply Now

ইৰাকৰ সীমান্তৰ সমীপৰ দক্ষিণ-পশ্চিম ইৰাণৰ পাঁচটা সশস্ত্ৰ ভাড়াতীয়া চক্ৰকো উৎখাত কৰি পেলোৱাৰ দাবী কৰে মন্ত্ৰালয়ে।

ইয়াৰ পূৰ্বে উত্তৰ আলবোৰ্জ প্ৰদেশত ইৰাণৰ কৰ্তৃপক্ষই শত্ৰুতাপূৰ্ণ নেটৱৰ্কলৈ যুদ্ধৰ ফুটেজ প্ৰেৰণ কৰাৰ অভিযোগত ৪১ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ পাইছিল।

ইপিনে, ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডে জনোৱা মতে, যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আমেৰিকা আৰু ইজৰাইলৰ হৈ কাম কৰা ১৭৮জন চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে। ইৰাণৰ মেহৰ নিউজ এজেন্সীয়ে এই তথ্য নিশ্চিত কৰিছে।

আই আৰ জি চিয়ে কয় যে বন্দীসকলে ৰেড ক্ৰীচেণ্ট কেন্দ্ৰ আৰু বিভিন্ন চেকপইণ্টৰ ফটো আৰু স্থানসমূহ আমেৰিকা আৰু ইজৰাইলৰ চোৰাংচোৱা সংস্থালৈ প্ৰেৰণ কৰিছিল যাতে তেওঁলোকে সেই স্থানসমূহক লক্ষ্য কৰি ল’ব পাৰে।

বন্দীসকলৰ ভিতৰত কেইবাজনো বিদেশী নাগৰিকো আছিল। তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ, স্থান চিনাক্তকৰণ যন্ত্ৰ, বিশেষ যোগাযোগ সঁজুলি আৰু বিদেশী মুদ্ৰা জব্দ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd