• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2022 6:33 pm
ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Iraqi actress Enas Taleb sues British Magazine ব্ৰিটেইনৰ ‘ইকনমিষ্ট’ আলোচনীখনে পুৰুষতকৈ মহিলাসকল ‘শকত’ হোৱাৰ বিষয়ে এটা প্ৰবন্ধ প্ৰকাশ কৰিছিল। এই প্ৰবন্ধটোত অনুমতি অবিহনে ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেবৰ এখন ফটো ব্যৱহাৰ কৰা হৈছে। অভিনেত্ৰীগৰাকী ইয়াতেই ক্ষুব্ধ হৈ পৰিছে।

অভিনেত্ৰীগৰাকীৰ দাবী হৈছে যে প্ৰবন্ধটোত তেওঁৰ ছবি অপ্ৰাসংগিকভাৱে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ বাবে তেওঁৰ গোপনীয়তা ভংগ কৰা হৈছে।

৪২ বছৰীয়া আনাছ তালেবে ‘ইকনমিষ্ট’ আলোচনীখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। জনপ্ৰিয় ইৰাকী অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত কয় যে তেওঁ ইয়াৰ বাবে ব্ৰিটেইনত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Apply Now
ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

ইকনমিষ্ট আলোচনীখনে ৯ মাহ পূৰ্বে ইৰাকৰ বেবিলন আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত তোলা তালেবৰ ফটো ব্যৱহাৰ কৰিছিল। ‘আৰৱ বিশ্বত পুৰুষতকৈ মহিলা কিয় শকত’ শীৰ্ষক প্ৰবন্ধটো জুলাইৰ শেষৰ ফালে প্ৰকাশিত হৈছিল।

প্ৰ ৱন্ধটোত কোৱা হৈছে যে আৰৱ মহিলাসকলৰ পুৰুষতকৈ ওজন অধিক হোৱাৰ এটা কাৰণ হ’ল দৰিদ্ৰতা আৰু সামাজিক নিষেধাজ্ঞাৰ বাবে তেওঁলোকৰ বহুতে গৃহবন্দী হৈ থাকে।

প্ৰবন্ধটোৰ মতে আন এটা সম্ভাৱ্য কাৰণ হৈছে কিছুমান পুৰুষৰ বাবে শকত মহিলাসকল আকৰ্ষণীয়। তাত কোৱা হৈছে, “ইৰাকীসকলে প্ৰায়ে শকত-আৱত আনাছ তালেবক (চিত্ৰত থকা) সৌন্দৰ্যৰ আদৰ্শ বুলি উল্লেখ কৰে।‘’

ইৰাকৰ জনপ্ৰিয় অভিনেত্ৰী আনাছ তালেব।

আনাছ তালেবে প্ৰবন্ধটোক “সাধাৰণতে আৰৱ মহিলা আৰু বিশেষকৈ ইৰাকী মহিলাসকলৰ বাবে অপমানজনক” বুলি বৰ্ণনা কৰিছে।

তেওঁ প্ৰশ্ন কৰে, “আলোচনীখনে ইউৰোপ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সলনি আৰৱ বিশ্বৰ শকত মহিলাৰ প্ৰতি কিয় আগ্ৰহ দেখুৱাইছে? তেওঁ কয় যে তেওঁ সুস্থ আৰু তেওঁৰ চেহেৰাকলৈ সুখী। তেওঁৰ কথাত “সেইটোৱেই মোৰ বাবে গুৰুত্বপূৰ্ণ।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd