• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ চোৰাংচোৱা শাখাৰ মুৰব্বী, দুই জেনেৰেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2025 8:29 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ ওপৰত ইজৰাইলে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। দেওবাৰে এই আক্ৰমণত নিহত হৈছে ইৰাণৰ সুসজ্জিত বাহিনী ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ চোৰাংচোৱা শাখাৰ মুৰব্বীৰ। এই আক্ৰমণত ইৰাণৰ দুজন জেনেৰেলও নিহত হয়।

ইৰাণৰ তাছনিম সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণত নিহত হৈছে আই আৰ জি চিৰ চোৰাংচোৱা শাখাৰ মুৰব্বী মহম্মদ কাজমিৰ। ইজৰাইলৰ আক্ৰমণত তেওঁৰ ডেপুটি হাছান মহকেক নিহত হোৱা বুলিও ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে প্ৰকাশ কৰে। তেহৰাণত থকা চোৰাংচোৱাৰ মুখ্য কাৰ্যালয়ত ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে চোৰাংচোৱা বিষয়া মহচেন বাঘেৰীও।

Apply Now

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও দাবী কৰে যে আই আৰ জি চিৰ চোৰাংচোৱা শাখাৰ মুৰব্বী আৰু তেওঁৰ সহায়কক হত্যা কৰা হৈছে। ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই দাবী কৰে।

শুকুৰবাৰৰ পৰা ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ চলি আছে। ইতিমধ্যে ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইৰাণৰ মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল মহম্মদ বাঘেৰী। সেই দেশৰ সামৰিক মুখ্য কাৰ্যালয়ত আক্ৰমণত তেওঁ নিহত হৈছিল।

এই আক্ৰমণত ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ জেনেৰেল হোছেইন চালামী আৰু অন্যান্য উচ্চপদস্থ বিষয়াও নিহত হয়। দুজন পাৰমাণৱিক বিজ্ঞানীৰো মৃত্যু হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইজৰাইলৰ আক্ৰমণ ইৰাণৰ মৃত্যুৰ সংখ্যা দ্ৰুত বৃদ্ধি পাইছে। ইৰানে দাবী কৰিছে যে দেওবাৰলৈকে ইজৰাইলৰ বিমান আক্ৰমণত তেওঁলোকৰ দেশৰ ২২৪ জন লোক নিহত হৈছে। দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি সংবাদ সংস্থাই প্ৰকাশ কৰিছে যে মৃত্যু হোৱা লোকসকলৰ প্ৰায় ৯০ শতাংশই সাধাৰণ নাগৰিক। এই আক্ৰমণত ১২৭০ৰো অধিক লোক আহত হয়। যদিও কেইবাটাও মানৱ অধিকাৰ সংস্থাই দাবী কৰিছে যে মৃত্যুৰ সংখ্যা ৪০০ অতিক্ৰম কৰিছে।

আনহাতে, ইৰাণেও ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। ইৰাণেও যোৱা শুকুৰবাৰৰ পৰা ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে। দেওবাৰে নেতানিয়াহু চৰকাৰে এই আক্ৰমণত এই পৰ্যন্ত ১৪ জন লোক নিহত হোৱা বুলি জানিবলৈ দিয়ে।

ইৰাণৰ উপ-বিদেশ মন্ত্ৰী ছাইদ খাতিবজাদে দেওবাৰে কয় যে ইজৰাইলে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ এটা অট্টালিকাত আক্ৰমণ চলাইছে। ছ’চিয়েল মিডিয়াত ছাইদ খাতিবজাদেহে দাবী কৰে যে ইজৰাইলে তেহৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ পুথিভঁৰালত “পৰিকল্পিত আৰু অবিবেচক” আক্ৰমণ চলাইছে। তেওঁ লগতে কয় যে এই আক্ৰমণত কেইবাজনো সাধাৰণ নাগৰিক আহত হৈছে। তেওঁ দাবী কৰে যে ইজৰাইলে যি কৰি আছে সেয়া আচলতে যুদ্ধাপৰাধ।

ইপিনে, ইজৰাইলে দাবী কৰে যে তেওঁলোকৰ ফালে আহি থকা এশৰো অধিক ইৰাণৰ ড্ৰ’ন ই ধ্বংস কৰিছে। ইৰাণৰ ওপৰত মিছাইল নিক্ষেপ কৰা হৈছে বুলিও ইজৰাইলী সেনাই জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd