DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোকসভাত ৰাজনাথ সিঙৰ বিবৃতিৰ পিছতে চীনৰ প্ৰতিক্ৰিয়া—‘শান্তিৰ বাবেও সাজু, যুদ্ধৰ বাবেও সাজু’

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 4:46 pm
A-Chinese-ban
396
VIEWS
Share on FacebookShare on Twitter

লাডাখ সংকটকলৈ চীন-ভাৰতৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ সময়তে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক বিবৃতি প্ৰকাশ কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে চীনৰ সকলো ধৰণৰ ভাবুকি প্ৰতিহত কৰিব পৰাকৈ ভাৰত সম্পূৰ্ণ সাজু আছে।

এইক্ষেত্ৰত ভাৰতে প্ৰয়োজন সাপেক্ষে চীনৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰাৰো ইংগিত দিছিল ৰাজনাথ সিঙে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এনে মন্তৱ্যৰ পিছতে চীনেও আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল’ৱেল টাইমছৰ সম্পাদকীয়ত এই কথা স্পষ্ট ভাবে কোৱা হৈছে যে ভাৰতৰ সৈতে চীনে সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে যদিও ভাৰতীয় সেনাই লাডাখ সীমান্তত আন্তঃৰাষ্টীয় নীতি উলংঘা কৰি চীনৰ ভূখণ্ডত প্ৰৱেশ কৰাটো চীনে কেতিয়াও সহ্য নকৰে।

চৰকাৰী কাকতখনৰ মুখ্য সম্পাক হু জিজিনে লিখা সম্পাদকীয়টোত ভাৰতক এইবুলি সকিয়াই দিয়া হৈছে যে চীনে যিদৰে শান্তিৰ পক্ষপাতী ঠিক তেনেদৰে যুদ্ধৰ বাবেও দেশ খন সম্পূৰ্ণ সাজু আছে।

কাকতখনত লগতে এইবুলিও প্ৰকাশ পাইছে যে সীমান্তত চীনৰ সেনাৰ প্ৰতাপ সহিব নোৱাৰি ভাৰতীয় সেনাই পৃষ্ঠভংগ দিবলৈ বাধ্য হৈছে।

উল্লেখ্য লাডাখৰ পাংগন লেককে ধৰি কেইবাটাও অঞ্চলত চীনৰ সেনাই আগ্ৰাসন চলোৱাৰ কথা ভাৰতে তথ্য সহকাৰে বিশ্ব সম্প্ৰদায়ৰ ওচৰত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

Recent News

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

২০১৯ চনৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে; কিমান খৰচ হ’ল জানেনে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

আৰক্ষীৰ ভূমিকাত দেখা গৈছে ধোনীক! আই পি এলৰ পূৰ্বে কি কৰিছে CSKৰ অধিনায়কে?

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মুখ্যমন্ত্ৰীৰ অপকৰ্ম আৰু পৰিয়ালৰ লুণ্ঠনকলৈ প্ৰশ্ন; সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে নিকৃষ্ট ষড়যন্ত্ৰত নামিল বিজেপি!

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd