• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিৰাপ মৌজাৰ অন্তৰ্গত বিভিন্ন ৰাজহ গাঁৱত গাওঁবুঢ়া নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
September 17, 2021 3:42 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও মৌজাৰ কেইবাখনো ৰাজহ গাঁৱৰ গাওঁবুঢ়া পদ খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

উক্ত নিযুক্তি প্ৰক্ৰিয়া বৰ্তমানে অন্তিম পৰ্য্যায়ত আছে বুলি জানিব পৰা গৈছে।

Apply Now

ইতিমধ্যে এই নিযুক্তি প্ৰক্ৰিয়াৰ চূড়ান্ত তালিকা উপায়ুক্ত কাৰ্য্যালয়ে সাজু কৰি তুলিছে। উক্ত তালিকাত যিসকল ব্যক্তিক বিভিন্ন গাঁৱৰ গাওঁবুঢ়া পদৰ বাবে নিৰ্বাচন কৰা হৈছে সেইসকলৰ ভিতৰত কেইবাখনো গাঁৱৰ গাওঁবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

গাওঁবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত যিবিলাক চৰকাৰী নীতি-নিয়ম আছিল সেই সকলো বোৰ জলাঞ্জলি দি সম্পূৰ্ণ নীতি বহিৰ্ভূত ভাৱে গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়া চলোৱাৰ অভিযোগ আনিছে কেইবাখনো গাঁৱৰ ৰাইজে।

এই তথ্য পোহৰলৈ আহিছে ১নং আৰু ২নং টিৰাপ গাঁৱৰ গাওঁবুঢ়া নিযুক্তিৰ ক্ষেত্ৰত। এই দুয়োখন গাঁৱৰ গাওঁবুঢ়া পদবীৰ বাবে গামচাম কীয়াঙ নামৰ এজন যুৱকক উপায়ুক্ত কাৰ্য্যালয়ে নিৰ্বাচন কৰি তালিকাভুক্ত কৰিছে।

এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগেই যোৱা ইংৰাজী১৩-০৮-২০২১ তাৰিখে টিৰাপৰ বহু সংখ্যক স্থানীয় লোকে আপত্তি দৰ্শাই তিনিচুকীয়া জিলাৰ উপায়ুক্তক আৱেদন জনায়।

টিৰাপবাসী ৰাইজৰ অভিযোগ অনুসৰি গামচাম কীয়াঙ নামৰ যুৱক জন টিৰাপবাসী ৰাইজৰ অপৰিচিত ব্যক্তি আৰু তেখেত টিৰাপৰ স্থানীয় লোক নহয় তাৰোপৰি গামচাম কীয়াঙ নামৰ ব্যক্তি জনৰ টিৰাপৰ কোনো এখন নিৰ্বাচনী ভোটাৰ তালিকাত নাম নাই বুলি জনাই কি তথ্যৰ ভিত্তিত তেখেতক টিৰাপৰ গাওঁবুঢ়া পদবীৰ বাবে নিৰ্বাচন কৰা হৈছে বুলি আপত্তি দৰ্শায়।

কিয়নো চৰকাৰী নিয়ম অনুযায়ী এখন ৰাজহ গাঁৱৰ গাওঁবুঢ়া নিৰ্বাচিত হবলৈ হলে ব্যক্তিজন উক্ত গাঁওখনৰ অতিকমেও ২০ বছৰৰ বাসিন্দা হোৱাৰ লগতে সেই গাওঁখনৰ নিৰ্বাচনী ভোটাৰ তালিকাত নাম থাকিব লাগিব।

ইয়াৰোপৰি ব্যক্তিজনৰ নিজৰ নামত নাইবা বংশৰ কোনো লোকৰ নামত ম্যাদী পট্টা থকাটো বাঞ্চনীয় হোৱাৰ লগতে ব্যক্তিজন বিভিন্ন সামাজিক কামকাজৰ লগত জড়িত থকাৰ উপৰিও সকলোৰে পৰিচিত ব্যক্তি হব লাগে।

তেনে ক্ষেত্ৰত গামচাম কীয়াঙ নামৰ ব্যক্তিজন কোনো কাৰণতেই টিৰাপৰ গাওঁবুঢ়া পদবীৰ বাবে যোগ্য ব্যক্তি হ’ব নোৱাৰে বুলি স্থানীয় ৰাইজে দাবী তুলিছে। টিৰাপ বাসী ৰাইজৰ আৱেদন মৰ্মে উক্ত বিষয়টো তদন্ত কৰিবলৈ তিনিচুকীয়া জিলাৰ গাওঁবুঢ়া শাখাৰ অতিৰিক্ত উপায়ুক্তই যোৱা ইংৰাজী ০১ছেপ্টেম্বৰ২০২১ তাৰিখে চিঠি নং TRC.10/2018-19/161. মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।

এই তদন্ত প্ৰক্ৰিয়া  সঠিক ভাৱে আগবঢ়াই এজন স্থানীয় সমাজ সচেতন ব্যক্তিক গাওঁবুঢ়া হিচাপে নিযুক্তি দিবৰ বাবে মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়াক টিৰাপ বাসী ৰাইজে আহ্বান জনোৱাৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাকো এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd