• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী ডাঙৰ মানুহ! কোভিড অতিকৈ ভয়াৱহ! প্ৰশাসনৰ নিৰ্দেশনা নামানি আপুনি জীৱনলৈ বিপদ নচপাব

ডি.জি.পিৰ গোঁজৰণি মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নে নহয়?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2021 4:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ডাঙৰ মানুহ গতিকে তেওঁ নীতি-নিয়ম ভৰিৰে মোহাৰি ঘূৰি ফুৰিলেও বিশেষ একো ক্ষতি নহয়। পূৰ্বতেও স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁ বিভিন্ন স্থানলৈ গৈ কোভিড পৰিস্থিতি মোকাবিলা কৰাৰ অভিজ্ঞতা আছে।

কিন্তু সকলো ফালৰ পৰা বিপদ সাধাৰণ জনতাৰ। কিয়নো কোভিডে অসমত ভয়াৱহ ৰূপ লৈছে। দৈনিক বহু লোকে মৃত্যুক আকোৱালি লৈছে তথা কোভিডত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

Apply Now

কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কোভিডক লৈ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা উলংঘন কৰি সত্ৰত প্ৰৱেশ কৰিছিল তথা সামাজিক দুৰত্ব ধোঁৱাচাঙত তুলি মাজুলীৰ ভাগিনসকলৰ সৈতে গাত-গা লগাই সমদল কৰি গৈছিল।

আনকি সাংবাদিকক মিলাই তেওঁৰ সাঙ্গো-পাঙ্গোৰ সৈতে এটা কোঠাত ৩০ জনৰো অধিক লোকৰ উপস্থিতিত মাজুলীৰ ভাগিনসকলৰ সৈতে মাছৰে ভোজ-ভাতো খোৱা দেখিবলৈ পোৱা গৈছিল।

বাতৰিটোত এইখিনিতে আমি আৰক্ষী সঞ্চালক প্ৰধানে দিয়া হুংকাৰ পাঠক ৰাইজলৈ দাঙি ধৰিলো।

তেওঁ কৈছিল ‘অনুমতি দিয়াৰ সময়তো যদি ভিৰ কৰে তেন্তে আৰক্ষীয়ে লাঠীচালনা কৰিবই। কোনোবা ঠাইত অনুষ্ঠান যদি অনুষ্ঠিত কৰিলে বা ক’ৰৱাত যদি জনসাধাৰণ গোট খালে সেইখিনিক বিশ্বাসঘাতকতা বুলি ধৰা হ’ব। সমাজৰ প্ৰতি দেশৰ প্ৰতি বিশ্বাসঘাটকতা বুলি ধৰি লোৱা হ’ব। তেওঁলোকৰ বিৰুদ্ধে কেৱল দুৰ্য্যোগ প্ৰশমম আইনৰ অধীনতে গোচৰ ৰুজু নকৰো বা সাধাৰণ IPC ধাৰাত গোচৰ নলওঁ। আমি Attempt to murder ৰ গোচৰ ল’ম। যিমান ডাঙৰ মানুহ নহওঁক বা সাধাৰণ মানুহ নহওঁক তেওঁৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিম।‘

এতিয়া ডিজিপি মহোদয়লৈ আমাৰ প্ৰশ্ন ‘এটা কোঠাত ইমানখিনি মানুহ জুম বন্ধাটো সমাজ-দেশৰ প্ৰতি বিশ্বাসঘাতকতা নহয় নে? বিশ্বাসঘাতকতা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰতম গোচৰ ৰুজু কৰিবলৈ আপোনাৰ সাহস হ’ব নে? Attempt to murder গোচৰ ৰুজু হ’ব নেকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে?

এতিয়া আমি কৰা এই প্ৰশ্নই চ’ছিয়েল মেডিয়াতো বহু ফেচবুক ব্যৱহাৰকাৰীয়ে কৰা আৰম্ভ কৰিছে। আনকি এনে কিছুমান প্ৰশ্ন উত্থাপিত হৈছে —‘মুখ্যমন্ত্ৰীৰ লগতে বৰমূৰীয়াৰ বাবে পৃথক আইন, সাধাৰণ জনতাৰ বাবে আইন পৃথক নেকি?‘

আমি এনেবোৰ কথাত এতিয়া গুৰুত্ব নিদি সাধাৰণ জনতা নিজেই সাৱধানতা অৱলম্বন কৰিব লাগিব তথা মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।

কিয়নো সাধাৰণ জনতা কোভিডত আক্ৰান্ত হৈ উশাহ-নিশাহ লোৱাত অসুবিধা হ’লেও চিকিৎসালয়ত বিচনাৰ অভাৱ বা অক্সিজেনৰ অভাৱ ইত্যাদি বাতৰি প্ৰকাশ পাই আহিছে।

কিন্তু বৰমূৰীয়াসকল কোভিডত আক্ৰান্ত হ’লেও তেওঁলোকৰ বাবে উন্নত চিকিৎসাৰ ব্যৱস্থা সদায় মজুত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd