DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰেগ চেপেলেই ধ্বংস কৰিছিল পাঠানৰ কেৰিয়াৰ? মুখ খুলিলে ইৰফানে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 2:12 pm
Irfan Pathan

ইৰফান পাঠান, উৎস-ইণ্টাৰনেট

14.6k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেটৰ সকলো ফৰ্মৰ পৰা অৱসৰ ঘোষণা কৰা ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে এইবাৰ মুখ খুলিছে ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলৰ সমৰ্থনত।

সুদীৰ্ঘ বিৰতিৰ পাছত মুখ খুলি ইৰফানে এক প্ৰকাৰ ক্লিনশ্বীটহে দিলে গ্ৰেগক।

ইৰফানে তেওঁৰ কেৰিয়াৰৰ পতনৰ বাবে গ্রেগ চেপেলক দায়ী কৰিবলৈ প্রস্তুত নহয়। ইয়াৰ বিপৰীতে তেওঁ তদানীত্বন টীম মেনেজমেন্ট তথা নিৰ্বাচকসকলকহে লক্ষ্য কৰি লৈছে।

ইৰফানে দাবী কৰে যে কেৰিয়াৰৰ তুংগত থকা সময়খিনিতো তেওঁক সময় তথা সুযোগ দিয়া নহ’ল।

ইৰফানে কয়,’’যিসকলে গ্ৰেগ চেপেলক দায়ী কৰিব খোজে তেওঁলোকে প্ৰকৃত কথাটো লুকুৱাব বিচাৰিছে। মই ছুইং হেৰুৱাই পেলোৱাৰ কথা ইমানকৈ কোৱাৰ অৰ্থ নাই। মই ছুইং ঠিকেই পাইছিলো। জনা উচিত যে ১০ অভাৰ একেই ধৰণে ছুইং পোৱাটো সম্ভৱ নহয়।‘’

‘’বহুতেই মোৰ প্ৰদৰ্শনক লৈ ক’ব খোজে। কিন্তু মোৰ কামটো আছিল অন্য ধৰণৰ। মই প্ৰথম চেইঞ্জ বলাৰ হিচাপে আহিছিলো। মোৰ কামটো আছিল ৰাণ কৰাত বাধা দিয়া,’’-পাঠানে কয়।

ইৰফানে লগতে উল্লেখ কৰে,’’মোৰ মনত পৰে ২০০৮ চনত  শ্ৰীলংকাত এখন খেল জয়ী হোৱাৰ পাছত মোক বাদ দিয়া হৈছিল। কওকচোন, খেল জিকাৰ পাছত কোনোৱে বাদ পৰে?’’

দেশৰ প্ৰতিভাবান বলাৰ সকলৰ মাজৰ এজন ইৰফান পাঠান বেটিঙতো যথেষ্ট আক্ৰমণাত্মক আছিল। এগৰাকী দুৰ্দান্ত ৰূপত কল্পনা কৰা অলৰাউণ্ডাৰ হিচাপে ইৰফানৰ প্ৰতিভাই সম্পূৰ্ণ বিকশিত হোৱাৰ সুযোগ নাপালে।

আন্তৰ্জাতিক ক্ৰিকেটত ইৰফান পাঠানৰ কেৰিয়াৰ দীঘলীয়া নহ’ল। বেটিঙত অধিক মনোযোগ দিবলগীয়া হোৱা বাবে বলিঙত ছুইং হেৰোৱা দেখা গৈছিল।

পাঠানৰ কেৰিয়াৰ অৱনমিত হোৱাৰ বাবে বহুতেই প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলক দায়ী কৰে। কিয়নো চেপেলে পাঠানক এগৰাকী সম্পূৰ্ণ অলৰাউণ্ডাৰ বনাব বিচৰাৰ বাবেই হেনো পাঠানৰ বলিং ক্ষতিগ্ৰস্ত হৈছিল।

কিন্তু এই সকলো ৰহস্যৰ ভেদ ভাঙি ইৰফান পাঠানে আন এক দিশৰ কথাহে উন্মোচিত কৰিলে।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd