• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্কিজ’ফ্ৰেনিয়া বংশগত ৰোগ নেকি? জানো আহক কি কৈছে বিশেষজ্ঞই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
January 7, 2025 5:42 pm
90
VIEWS
Share on FacebookShare on Twitter

যদি পিতৃ বা মাতৃ কোনো এজন স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত হয় তেন্তে শিশুৰ এই ৰোগ হোৱাৰ সম্ভাৱনা ১২ শতাংশ। যদি পিতৃ-মাতৃ দুয়োজনেই আক্ৰান্ত হয় তেন্তে সন্তানৰ এই ৰোগ হোৱাৰ সম্ভাৱনা ৪০-৪৫ শতাংশ।

অৰ্থাৎ জিনীয় কাৰণত এই ৰোগ হব পাৰে। ইয়াৰ উপৰিও শৰীৰত ড’পামিন হৰম’নৰ তাৰতম্যৰ বাবেও এই সমস্যা হ’ব পাৰে। ই এক নিউৰ’কেমিকেল। এই ধৰণৰ স্নায়ুজনিত ৰোগে শৰীৰত শিপাই থাকে।

ইয়াৰ উপৰিও পৰিয়ালৰ অস্থিৰতা, বিচ্ছেদ, যিকোনো কাৰণত মনৰ ওপৰত অত্যধিক হেঁচা, আঘাত — এই সকলোবোৰ কাৰণে স্কিজ’ফ্ৰেনিয়া সৃষ্টি কৰিব পাৰে। এই ৰোগ মানসিক বিষণ্ণতা নহয়। এনে ক্ষেত্ৰত হতাশাৰ লক্ষণ দেখা দিব পাৰে। কিন্তু স্কিজ’ফ্ৰেনিয়া স্নায়ুৰাসায়নিক পদাৰ্থৰ দ্বাৰা হয়।

আচৰণৰ পৰিৱৰ্তন। নিজৰ লগতে কথা পাতি থকা, হাঁহি থকা। কেতিয়াবা হঠাৎ খং, আইনাখনৰ সন্মুখত থিয় হৈ বিভিন্ন ধৰণৰ মুখৰ ভাব প্ৰকাশ আদিবোৰ হৈছে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ।

স্কিজ’ফ্ৰেনিয়া ৰোগীয়ে অপ্ৰয়োজনীয় আৰু অবাস্তৱ কথাবোৰ বিশ্বাস কৰাৰ প্ৰৱণতা থাকে। যেনে, কোনেৱে তেওঁৰ ক্ষতি কৰিছে, খাদ্যত বিষ দিছে কোনোবাই নকলেও মনৰ গোপন কথা জানিছে ইত্যাদি।

এই ৰোগীয়ে মানুহৰ লগত একেবাৰে মিলিব নোখোজে। কোনো কাৰণ নোহোৱাকৈ আত্মহত্যাৰ চেষ্টা কৰে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি একে ঠাইতে থিয় হৈ থকাৰ দৰে বিভিন্ন আচৰণৰ কৰে।

যদি এই লক্ষণসমূহৰ কোনো এটা ৬ মাহতকৈ অধিক সময় ধৰি থাকে তেন্তে চিকিৎসকৰ কাষ চাপিব লাগে।এই ৰোগীসকলৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন। তেওঁলোকৰ প্ৰতি অত্যধিক সমালোচনা বা অত্যধিক সুৰক্ষা, তেওঁলোকৰ প্ৰতি শত্ৰুতা কৰাৰ প্ৰয়োজন নাই। ১৮-২০ বছৰ বয়সত ল’ৰাৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। ২০ বছৰ বয়সৰ পিছত ছোৱালীৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা বেছি। এই ৰোগৰ ঔষধ আছে। কিন্তু এই ক্ষেত্ৰত মনোচিকিৎসা বা পৰামৰ্শৰ দ্বাৰা এই ৰোগ নিৰাময়ৰ সম্ভাৱনা কম।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd