• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যৌন জীৱনত প্ৰভাৱ পেলাইছে নেকি স্পাৰ্ম কাউন্টে? চাওক সমাধানৰ প্ৰাকৃতিক উপায়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2019 8:38 pm
sperm_web

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক জীৱন প্ৰণালীত বহু পুৰুষৰ বাবে আজি এয়া এক সমস্যা হৈ পৰিছে। বীৰ্যত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পোৱাটো সমাজত বৰ্তমান উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

সমীক্ষা অনুসৰি, প্ৰতি ছয়গৰাকী পুৰুষৰ মাজত এগৰাকীৰ ক্ষেত্ৰত এই সমস্যা আছে। বন্ধ্যাত্বৰ ক্ষেত্ৰত প্ৰায় ৪০ৰপৰা ৫০ শতাংশ পুৰুষেই দায়ী।

Apply Now

অৱশ্যে বন্ধ্যাত্ব চিৰস্থায়ী সমস্যা নহয়। ইয়াৰ পৰা মুক্তি পোৱা সম্ভৱ। চিকিৎসা বিজ্ঞানৰ মতে গৰ্ভধাৰণৰ বাবে শুক্ৰাণুৰ সংখ্যা অতি গুৰুত্বপূৰ্ণ। সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰে বীৰ্যৰ গুণাগুণ। কিয়নো ইয়াৰ সৈতে জড়িত হৈ আছো আপোনাৰ যৌনজীৱন।

যৌনজীৱন সুখী কৰি তোলাৰ মন্ত্ৰ আপোনাৰ হাততেই আছে। যিসকলে এনেধৰণৰ সমস্যাত ভূগিছে, তেওঁলোকে চিন্তা কৰাৰ প্ৰয়োজন নাই।

স্পাৰ্ম কাউন্ট বা বীৰ্যত শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বহুকেইটা সহজ আৰু প্ৰাকৃতিক উপায় আছে। চাওক সেয়া কি হ’ব পাৰেঃ-

(ক) গৱেষণাত দেখা গৈছে যে শৰীৰচৰ্চা কৰিলে তথা ওজন হ্ৰাস কৰিলে শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায়। ২০১৭’ৰ এক সমীক্ষাত কোৱা হৈছে যে প্ৰতিদিনে ৫০ মিনিট আক্ৰোবেট কৰিলেও শুক্ৰাণু বৃদ্ধিত সহায়ক হয়।

অৱশ্যে, একেৰাহে ১৬ সপ্তাহ এনেদৰে শৰীৰচৰ্চা কৰিলেহে সুফল পোৱা যাব। তদুপৰি, প্ৰয়োজনীয় নিদ্ৰা পূৰম হোৱাটো জৰুৰী।

(খ) অধিক দুশ্চিন্তাই মানসিকভাৱে ক্ষতি কৰাৰ লগতে শৰীৰৰ বাবেও ই ক্ষতিকাৰক। ই শৰীৰৰ শক্তি বিনষ্ট কৰে। লগতে শুক্ৰাণু প্ৰস্তুত কৰাৰ ক্ষমতা কমি যায়। স্বাস্থ্যকৰ খাদ্য খোৱাৰ লগতে শৰীৰচৰ্চা কৰক।

তদুপৰি, মন ভালে ৰাখিবলৈ পছন্দৰ কামবোৰ কৰক। তেতিয়াহ’লে মনৰ পৰা দুশ্চিন্তা বহুখিনি আঁতৰি যাব। ইয়াত কাম নিদিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।

(গ) স্বাস্থ্যৰ কাৰণে ধূমপান অত্যন্ত ক্ষতিকাৰক। যৌনজীৱন উপভোগ কৰিবলৈ হ’লে চিগাৰেট বিসৰ্জন দিয়ক। কিয়নো ই স্পাৰ্ম কাউন্ট হ্ৰাস কৰিব পাৰে। ২০১৬’ৰ এক গৱেষণাত কোৱা হৈছে যে ধূমপান কৰাসকলৰ স্পাৰ্ম কাউন্ট ধূমপান নকৰাসকলৰ তুলনাত বহপৰিমানে কম।

(ঘ) ধূমপানৰ লগতে মাদক দ্ৰব্য সেৱন বা মদ্যপানো স্বাস্থ্যৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। লিভাৰৰ ক্ষতি আৰু কেন্সাৰৰ দৰে ৰোগৰ উৎস হোৱাৰ সম্ভাৱনাৰ উপৰি মদ্যপানে যৌনজীৱনতো মাৰাত্মক প্ৰভাৱ পেলাব পাৰে।

নিয়মিত মাদক দ্ৰব্য সেৱন বা মদ্যপানত স্পাৰ্ম কাউন্ট হ্ৰাস পায়। তদুপৰি, বীৰ্যৰ গুণাগুণো নষ্ট কৰে। আনকি ই নপুংসক কৰি তুলিব পাৰে পুৰুষক।

(ঙ)গৱেষণা অনুসৰি, ডি ভিটামিন আৰু কেলছিয়াম টেবলেট অথবা কেলছিয়ামযুক্ত খাদ্যই শুক্ৰাণুৰ সংখ্যা বৃদ্ধিত সহায় কৰে। সেইবুলি আগপাছ নুগুণি টেবলেট খোৱা উচিত নহয়। চিকিৎসকৰ পৰামৰ্শ লৈহে টেবলেট খোৱা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd