• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোবাইল চাৰ্জাৰকলৈ মিছা মাতিছে নেকি মুখ্যমন্ত্ৰীয়ে? বিমানত সহযাত্ৰীৰ চাৰ্জাৰ লৈ যোৱাতো গোকাট মিছা নেকি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 10, 2025 3:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰে। টুইটত তেওঁ কৈছিল যে, দিল্লীৰ পৰা ডুবাইলৈ এমিৰেটছ ফ্লাইটত যাত্ৰা কৰিছিল। মুখ্যমন্ত্ৰীয়ে ডুবাই হৈ আমষ্টাৰডামলৈ যাত্ৰা কৰিছিল। সেই যাত্ৰাতে তেওঁৰ সৈতে এটা ঘটনা সংঘটিত হয়।

ঘটনাটো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডলত টুইট কৰি লিখিছে, “আজি পুৱা মই দিল্লীৰ পৰা ডুবাইলৈ এমিৰেটছৰ বিমানেৰে যাত্ৰা কৰিলোঁ। বিমানত এজন ভদ্ৰ যুৱকে মোক তেওঁৰ আন্তঃৰাষ্ট্ৰীয় প্লাগ আৰু চাৰ্জিং কেবল ধাৰলৈ দিলে। দুৰ্ভাগ্যজনকভাৱে মই শুই থাকোঁতে তেওঁ ডুবাইত নামিল, আৰু মই সেইবোৰ ঘূৰাই দিব নোৱাৰিলোঁ৷ মই এই মাত্ৰ আমষ্টাৰডামত উপস্থিত হৈছো আৰু তেওঁৰ বস্তুবোৰ ঘূৰাই নিদিয়াৰ বাবে ক্ষমা বিচাৰিছো৷ যদি এই টুইটটো পাইছে, অনুগ্ৰহ কৰি মোলৈ এটা মেচেজ পঠাওক যাতে মই চাৰ্জাৰ আৰু কেবল তৎক্ষণাত ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব পাৰো। আপোনাৰ দয়াৰ বাবে ধন্যবাদ, আৰু আপোনাৰ যিকোনো অসুবিধাৰ বাবে মই অনুশোচনা কৰিছো।”

Apply Now

মুখ্যমন্ত্ৰীৰ এই টুইটৰ পিছতে বিভিন্নজনে বিভিন্ন মতপোষণ কৰা দেখা গৈছে। তাৰ মাজৰে কবীৰা নামৰ এজন লোকে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ টুইটটো ৰিটুইট কৰি এমিৰেটছ ফ্লাইটৰ পৰা স্পষ্টীকৰণ বিচাৰে। তেওঁৰ অভিযোগ হ’ল যে দিল্লীৰ পৰা একেখন বিমানেৰে আমষ্টাৰডামলৈ যাত্ৰা কৰিব নোৱাৰি। ডুবাইত অৱতৰণ কৰাৰ পাছত ৩ ঘণ্টা ৰৈ হে তাৰ পৰা অন্য এখন বিমানেৰেহে আমষ্টাৰডামলৈ যাত্ৰা কৰিব পাৰি। গতিকে দিল্লীৰ পৰা আমষ্টাৰডামলৈ যোৱা সকলো যাত্ৰীয়ে ডুবাইত অৱতৰণ কৰাৰ পাছত অন্য এখন বিমানেৰে যাব লাগিব। ভাৰতৰ পৰা আমষ্টাৰডামলৈ যোৱা এজন যাত্ৰীয়ে ডুবাইত নানামি বিয়লি তিনি বজালৈকে বিমানতে শুই থাকিব পাৰে নেকি? এই প্ৰশ্ন কৰি লোকজনে এমিৰেটছ ফ্লাইটৰ স্পষ্টীকৰণ বিচাৰে।

এমিৰেটছ ফ্লাইটে এই লোকজনৰ টুইটৰ উত্তৰো দিছে। এমিৰেটছ ফ্লাইটৰ এমিৰেটছ চাপ’ৰ্টৰ এক্স হেণ্ডেলে টুইট কৰি কৈছে যে এমিৰেটছৰ সকলো বিমানেই ডুবাই বিমানবন্দৰৰ টাৰ্মিনেল ৩ ৰপৰা যাত্ৰা কৰে লগতে আৰু অৱতৰণো কৰে। ডুবাইত ট্ৰেনজিটৰ সময়ত যাত্ৰীসকলে টাৰ্মিনেল ৩ত নামিব লাগে।

দিল্লীৰ পৰাই পোনপতীয়াকৈ আমষ্টাৰডামলৈ একেখন বিমানে যাত্ৰী কঢ়িয়াই নিনিয়ে নেকি? কবীৰা নামৰ লোকজনৰ মতে একেখন বিমানেৰে দিল্লীৰ আমষ্টাৰডামলৈ যাব নোৱাৰি। এমিৰেট চাপ’ৰ্টে ইয়াৰ পোনপতীয়া উত্তৰ নিদিলেও কয় যে দিল্লীৰ পৰা যোৱা যাত্ৰীসকলে ডুবাই টাৰ্মিনেল ৩ত নামিব লাগে।

এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডুবাই বিমানবন্দৰৰ টাৰ্মিনেল ৩ত বিমানৰ পৰা নমা নাছিল নেকি? যদি নামিছিলেই তেনে তেওঁ কেনেকৈ বিমানখন ডুবাইত অৱতৰণ কৰাৰ পাছতো শুই থাকিব পাৰিলে?এতিয়া এইবোৰ প্ৰশ্নৰ উদয় হৈছে। লগতে মুখ্যমন্ত্ৰীয়ে কোৱা ঘটনাটো সত্য নে কবীৰাই কৰা দাবী সত্য? মুখ্যমন্ত্ৰীয়ে চৰ্চাত থাকিবলৈ এনে কাহিনী প্ৰচাৰ কৰিছে নেকি? এইবোৰ প্ৰশ্নও এতিয়া চৰ্চা চলিবলৈ ধৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd