• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌনতাৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে নেকি স্বামীৰ? কি হৈছে জানিব কিদৰে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 11, 2024 8:23 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহিত জীৱনত সুখ আৰু শান্তি বজাই ৰাখিবলৈ স্বামী-স্ত্ৰীৰ হৃদয়ৰ একাত্ম হোৱাতো অতি প্ৰয়োজনীয়। হৃদয়েৰে একাত্ম হ’লেহে দুয়োৱে ৰোমান্টিক মুহূৰ্তসমূহ উপভোগ কৰিবলৈ সক্ষম হয়!  

কিন্তু অফিচৰ কামৰ হেঁচা, মানসিক চাপ, পাৰিবাৰিক ব্যস্ততাৰ আদি কাৰণত বহু দম্পতীয়ে নিজৰ বাবে সময় উলিয়াব নোৱাৰে। ফলত দম্পতীৰ মাজত সম্পৰ্কৰ অৱনতি ঘটা দেখা যায়।

Apply Now

বহু মহিলাই অভিযোগ কৰে যে তেওঁলোকৰ স্বামীৰ ৰোমাঞ্চ বা শাৰীৰিক অন্তৰংগতাৰ প্ৰতি আগ্ৰহ হেৰুওৱাই পেলায়! বিভিন্ন ধৰণে চেষ্টা কৰিও তেওঁলোকে স্বামীৰ আগ্ৰহ ওভতাই আনিব নোৱাৰে। কিয় এনেকুৱা হয় বহুতে বুজিবলৈ সক্ষম নহয়। যাৰ ফলত দুয়োৰে মাজত বিবাদৰ উৎপত্তি হয়।

আজিৰ লেখাটোত তেনে সমস্যাত ভুগি থকা দম্পতীৰ বিষয়ে আলোচনা কৰিবলৈ লোৱা হৈছে। 

আজিকালি জীৱনটো দ্ৰুত গতিত আগবাঢ়ে। মানুহৰ জীৱন প্ৰণালীও সলনি হৈছে। পূৰ্বতকৈ উন্নত হৈছে জীৱন ধাৰণ পদ্ধতি। উন্নত জীৱন ধাৰণৰ বাবে প্ৰতিযোগিতা আৰু ব্যস্ততাও বৃদ্ধি পাইছে। গতিকে বহুতৰে পেচাগত জীৱনত অতিৰিক্ত চাপ বৃদ্ধি পাবলৈ ধৰিছে। যাৰ ফলত মানুহৰ জীৱনত মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে উদ্বেগে কেৱল শৰীৰত প্ৰভাৱ পেলোৱাই নহয়, যৌন জীৱনটো ওপৰতো ই বেয়া প্ৰভাৱ পেলাব পাৰে।

এতয়িা আহিছো পত্নীৰ সৈতে স্বামীৰ যৌনতাৰ প্ৰতি অনীহালৈ  —

বিৰক্তি/একঘেয়ামি জীৱন :

বিশেষজ্ঞসকলে কয় যে যদি আপুনি কোনো ব্যক্তিৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত থাকে তেন্তে সংগীৰ ওপৰত বিৰক্তিৰ সৃষ্টিৰ সম্ভাৱনা থাকে। সেয় দাম্পত্য জীৱনত অলপ ‘স্পাইছি’ যোগ কৰাটো প্ৰয়োজনীয়। বিৰক্তি ভাঙি পেলোৱাৰ দায়িত্ব ল’ব লাগিব দুয়োজনে। শোৱা কোঠাত বিভিন্ন ‘পৰীক্ষা’ কৰিব পাৰে। দুয়োজনে ছুটিৰ দিনত ক’ৰবালৈ যাব পাৰে। মানসম্পন্ন সময়ো কটাব পাৰে। আপুনি দেখিব যে পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ’ব।

তৃতীয় ব্যক্তিৰ প্ৰৱেশ :

বিশেষজ্ঞসকলৰ মতে যেতিয়া তৃতীয় ব্যক্তিয়ে সম্পৰ্কত প্ৰৱেশ কৰে বা সংগীজন আন কাৰোবাৰ প্ৰতি দুৰ্বল হৈ পৰে তেতিয়া মূল ব্যক্তিজনৰ সম্পৰ্কটোৰ প্ৰতি আগ্ৰহ কমিবলৈ আৰম্ভ কৰে। আপোনাৰ স্বামীৰ ক্ষেত্ৰতো এনেকুৱা হ’ব পাৰে। আন কাৰোবাৰ লগত সম্পৰ্কত আহিলে তেওঁ আপোনাৰ প্ৰতি আগ্ৰহ হেৰুৱাব পাৰে। যদি আপুনি এনে কোনো ইংগিত পায়, তেন্তে তৎক্ষণাত বিহিত ব্যৱস্থা গ্ৰহণ কৰক।

শাৰীৰিক ৰোগ :

স্বামীৰ যিকোনো শাৰীৰিক অসুস্থতাৰ বাবেও এনে হ’ব পাৰে। বুজি পোৱাটো আপোনাৰ দায়িত্ব। যদি আপুনি আপোনাৰ স্বামীৰ দিনৰ পিছত দিন শাৰীৰিক ঘনিষ্ঠতাত অনিচ্ছা লক্ষ্য কৰে তেন্তে তেওঁক প্ৰশ্ন কৰক। তেওঁৰ কোনো শাৰীৰিক সমস্যা আছে নেকি সেয়াও জানিবলৈ চেষ্টা কৰক।

হেল্থলাইনৰ মতে পুৰুষৰ শৰীৰত টেষ্টষ্টেৰনৰ মাত্ৰা কমি আহিলে যৌন সংগম কৰিবলৈ অনিচ্ছা দেখা যায়। এয়া যিকোনো ঔষধৰ প্ৰভাৱতো হ’ব পাৰে। গতিকে এইবোৰ কথাৰ যত্ন লওক। প্ৰয়োজন হ’লে বিশেষজ্ঞ চিকিৎসকৰ সহায় লওক।

বৈবাহিক অস্থিৰতা :

আপোনাৰ সম্পৰ্কৰ উষ্ণতা বহু পৰিমাণে নিৰ্ভৰ কৰে বৈবাহিক শান্তিৰ ওপৰত। যদি আপোনাৰ পৰিয়ালত বিশেষ সমস্যা নাথাকে তেন্তে সম্পৰ্কৰ উষ্ণতা অক্ষত থাকিব। কিন্তু যদি দৈনিক স্বামীৰ লগত কিবা এটা বা আনটোক লৈ সংঘাত হয়, তেন্তে সম্পৰ্কত প্ৰভাৱ পৰাটো স্বাভাৱিক! আনকি আপোনাৰ স্বামীয়ে শাৰীৰিক ঘনিষ্ঠতাৰ প্ৰতিও আগ্ৰহ হেৰুৱাব পাৰে।

প্ৰতিটো দিশতে গুৰুত্ব দিয়ক। যদি আপুনি আপোনাৰ স্বামীৰ কোনো পৰিৱৰ্তন লক্ষ্য কৰে, তেন্তে তেওঁক দোষাৰোপ কৰাৰ পৰিৱৰ্তে সমস্যাৰ উৎস বিচাৰি উলিয়াবলৈ চেষ্টা কৰক।

 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd