• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ ইজৰাইলৰ; তেহৰাণৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰ বৰ্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2024 9:22 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ইজৰাইলে ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ কৰিছে। শনিবাৰে পুৱাৰে পৰা ৰাজধানী তেহৰাণলৈ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি ইজৰাইলে কয় যে বিগত কেইমাহমানৰ পৰা ইৰাণৰ অবিৰত আক্ৰমণৰ তেওঁলোকে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে।

কোৱা হৈছে যে তেওঁলোকৰ প্ৰধান লক্ষ্য হৈছে ইৰাণৰ সামৰিক ঘাটি। ইয়াৰ উপৰিও টেল আভিভে ইৰাক আৰু ছিৰিয়াতো একাধিক বিস্ফোৰণ সংঘটিত হৈছে।

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে শনিবাৰে কয় যে তেওঁলোকে ইৰাণৰ সামৰিক ঘাটিত কিছু “নিৰ্দিষ্ট” আক্ৰমণ চলাই আছে। শনিবাৰে পুৱাৰ পৰা তেহৰাণ আৰু কাষৰীয়া অঞ্চলত কমেও দুটাকৈ ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হৈছে।

Apply Now

ইৰাণৰ ওপৰত ইজৰাইলৰ প্ৰত্যক্ষ আক্ৰমণে পশ্চিম এছিয়াত যুদ্ধ তীব্ৰতৰ কৰি তুলিছে। ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে ইৰাণৰ পৰা ইজৰাইলৰ বিৰুদ্ধে কেইবামাহো ধৰি অবিৰত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলৰ সেনাই এতিয়া ইৰাণৰ কিছুমান সামৰিক ঘাটিক লক্ষ্য কৰি নিৰ্দিষ্ট আক্ৰমণ চলাইছে।

লগতে পঢ়কঃ নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

ইৰাণে ১ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল। টেল আভিভত কমেও ১৮০টা ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল। সেই সময়ত ইজৰাইল সেনাই লেবাননত ‘স্থল অভিযান’ আৰম্ভ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে ইজৰাইললৈ মিছাইল নিক্ষেপ কৰিছিল। অৱশ্যে ইজৰাইলে দাবী কৰিছিল যে তেওঁলোকে আকাশমাৰ্গত এই আক্ৰমণক সফলতাৰে প্ৰতিহত কৰে।

প্ৰথমবাৰৰ বাবে পশ্চিম এছিয়াৰ কোনো শক্তিয়ে ইজৰাইলক প্ৰত্যক্ষভাৱে লক্ষ্য কৰি লৈছিল। এইবাৰ ইজৰাইলে ইৰাণক পোনপটীয়াকৈ আক্ৰমণ কৰে। এইদৰে পশ্চিম এছিয়াত যুদ্ধৰ পৰিসৰ বৃদ্ধি পাইছে।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলক আক্ৰমণ কৰিছিল পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছে। ইয়াৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। তেতিয়াৰ পৰাই যুদ্ধ চলি আছে।

লগতে পঢ়কঃ অসমীয়া সাহিত্য-সংবাদ জগতত ‘বিস্ময়’ যুগৰ স্ৰষ্টা শশী ফুকনৰ দেহাৱসান

তাৰপিছত এটা এটাকৈ লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহ আৰু য়েমেনৰ হাউথী বিদ্ৰোহী ইজৰাইলৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হয়। এই বিদ্ৰোহী সংগঠনসমূহৰ আঁৰত ইৰাণৰ সমৰ্থন থাকিলেও তেহৰানে ইমান দিনে পোনপটীয়াকৈ যুঁজত নমা নাই। অক্টোবৰৰ আৰম্ভণিতে লেবাননত ইজৰাইলে আক্ৰমণ কৰাৰ পিছত টেল আভিভত আঘাত কৰি যুদ্ধৰ সৈতে তেওঁলোক প্ৰত্যক্ষভাৱে জড়িত হৈ পৰে। এইবাৰ ইজৰাইলৰ পৰাও প্ৰত্যুত্তৰ আহিবলৈ আৰম্ভ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd