• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশা ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কাৰ্যালয়ত ক্ষেপণাস্ত্ৰৰ আঘাত; ক’লা ধোঁৱাই ঢাকি ধৰিছে তেহৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2026 8:09 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলে তেহৰাণত পুনৰ বিমান আক্ৰমণ চলায়। সোমবাৰে মাজ নিশা একেলগে ৰাজধানীৰ একাধিক অঞ্চলত আক্ৰমণ সংঘটিত হয়। ইয়াৰ ভিতৰত আছিল ইৰাণৰ চৰকাৰী সংবাদ মাধ্যম ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিঙৰ মুখ্য কাৰ্যালয়।

এই আক্ৰমণৰ কেইবাটাও ভিডিঅ’ ফুটেজ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। দেখা গৈছে যে মিডিয়া অফিচটো ক’লা ধোঁৱাই আৱৰি ধৰিছে। অৱশ্যে এই ক্ষয়-ক্ষতিৰ পৰিমান এতিয়াও জানিব পৰা হোৱা নাই। হতাহতৰ সংখ্যাও জানিব পৰা হোৱা নাই।

Apply Now

নিশা ইজৰাইল সেনাই হঠাতে তেহৰাণ খালী কৰাৰ নিৰ্দেশ জাৰি কৰে। এঘণ্টাৰ ভিতৰতে আৰম্ভ হয় বিমান আক্ৰমণ। ইৰাণৰ ৰাজধানী তেহৰাণৰ একাধিক অঞ্চলত তীব্ৰ বিস্ফোৰণেৰে ক্ষেপণাস্ত্ৰই আঘাত কৰে। আক্ৰমণৰ পিছত ইজৰাইলী সেনাই এক বিবৃতিত কয় যে নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত তেহৰাণৰ ওপৰেৰে যুদ্ধ বিমানৰ পৰা কেইবা ডজনো ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে।

চৰকাৰী ইছলামিক ৰিপাব্লিক অৱ ইৰাণ ব্ৰডকাষ্টিঙৰ মুখ্য কাৰ্যালয় তেহৰাণৰ মাজমজিয়াত অৱস্থিত। খবৰ অনুসৰি, সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ উপৰিও বহুমহলীয়া অট্টালিকাটোত কেইবাটাও চৰকাৰী কাৰ্যালয়ো আছে। আক্ৰমণৰ পিছত অট্টালিকাৰ পৰা ক’লা ধোঁৱা ওলাই অহা দেখা গৈছে। বহুতে আতংকিত হৈ দৌৰিবলৈ ধৰে। অট্টালিকাটোৰ কাষতে দুটাকৈ প্ৰচণ্ড বিস্ফোৰণৰ শব্দও শুনা গ’ল।

ইৰাণেও চৰকাৰী সংবাদ সংস্থাটোৰ কাৰ্যালয়ত আক্ৰমণৰ কথা নিশ্চিত কৰিছে। অৱশ্যে সংস্থাটোৰ সঞ্চালক জেমান জেবেলিয়ে কয় যে এই আক্ৰমণত কোনো লোক নিহত হোৱা নাই। তেওঁ কয় যে, “কোনো ধৰণৰ হতাহতৰ খবৰ পোৱা নাই। সম্প্ৰচাৰৰ কামত কোনো ধৰণৰ ব্যাঘাত জন্মা নাই।”

কিন্তু ইজৰাইলী সেনাই দাবী কৰে যে চৌহদটোৰ ভিতৰৰ কেইবাটাও কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হৈছে। একে সময়তে ভৱিষ্যতে ইৰাণ চৰকাৰৰ আন্তঃগাঁথনিত আক্ৰমণ চলোৱা হ’ব বুলিও সকীয়াই দিছে।

ইপিনে, যুদ্ধ ক্ৰমাৎ বিপদজনক হৈ পৰাত ৰাছিয়াই যুদ্ধবিৰতিৰ দাবী জনাইছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সংযুক্ত আৰব আমিৰশ্বাহী আৰু কুৱেইটৰ ৰাষ্ট্ৰপতিৰ সৈতে কথা পাতিছে।

আনহাতে, চীনে আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাৰ্তাও দিছে। আয়াতুল্লাহ আলী খামেনেইৰ হত্যাকাণ্ডক গৰিহণা দি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে, “সৰ্বোচ্চ নেতাক হত্যা কৰি শাসন ব্যৱস্থা বলপূৰ্বকভাৱে সলনি কৰাৰ এই প্ৰচেষ্টা গ্ৰহণযোগ্য নহয়।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd