• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰহিলৈ ইছৰ’ই উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ দ্ৰুত কৰাৰ লক্ষ্যেৰে প্ৰেৰণ কৰিব কৃত্ৰিম উপগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 12, 2018 6:54 pm
maxresdefault
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ বাবে ইছৰ’ই অহা ১৪ নৱেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰিব এটা কৃত্ৰিম উপগ্ৰহ। GSAT-29 নামৰ  উক্ত কৃত্ৰিম উপগ্ৰহটো উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ যোগাযোগ খণ্ডক ত্বৰান্বিত কৰাৰ বাবে ভাৰতীয় মহাকাশ সংস্থাটোই অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ডিজিটেল ইণ্ডিয়া অভিযান’ৰ এটা অংশ হিচাপে উৎক্ষেপণ কৰা এই কৃত্ৰিম উপগ্ৰহটোৱে উত্তৰ-পূব আৰু জম্মু-কাশ্মীৰৰ দ্ৰুততৰ যোগাযোগ সেৱা সম্ভৱপৰ কৰিব।

Apply Now

টাইমছ অব ইণ্ডিয়াৰ এটা প্ৰতিৱেদনত প্ৰকাশ যে এই উপগ্ৰহটোত দুটা কু আৰু কা  (Ku and Ka ) কাৰ্যকৰী পে’লোড থাকিবআৰু ইয়ে দ্ৰুত যোগাযোগ সম্ভৱ কৰাত সহায় কৰিব। উক্ত পে’লোডৰ উপৰিও এই উপগ্ৰহটোৱে কিউ আৰু ভি বেণ্ডৰ ত্ৰিমাত্ৰিক প্ৰযুক্তি, অপ্টিকেল কমিউনিকেশ্যন, উচ্চ ৰিজল্যুশ্যনসম্পন্ন ডিজিটেল কেমেৰা বহন কৰিব লৈ যাব।

এই উপগ্ৰহটোক নতুন বৈজ্ঞানিক প্ৰযুক্তি পৰীক্ষা কৰাৰ মঞ্চ হিচাপে ব্যৱহাৰো কৰিব পৰা যাব। ইছৰ’ৰ অধ্যক্ষ কৈলাশাভাডিভু শিৱনে কৈছে যে এই উপগ্ৰহটো ইছৰ’ইদ্বাৰা নিৰ্মিত দ্বিতীয় গধূৰতম উৎক্ষেপণযান—of GSLV MK-IIIৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে ভাৰতৰ গধূৰতম কৃত্ৰিম উপগ্ৰহ ৫.৭ টন ওজনৰ GSAT-11ক চলিত বৰ্ষৰ ৪ ডিচেম্বৰত মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব। এই উপগ্ৰহটো হৈছে ভাৰতত দ্ৰুত ইণ্টাৰনেট যোগান ধৰিব পৰা অত্যাধুনিক প্ৰযুক্তিসম্পন্ন উপগ্ৰহ। অহা বছৰৰ জানুৱাৰিৰ ৩ তাৰিখে ইছৰ’ই চন্দ্ৰায়ন-২ক চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিব।

শিৱমে কৈছে যে চন্দ্ৰায়ন-২ অভিযানক সফল কৰাৰ বাবে প্ৰয়োজনীয় পৰীক্ষা সম্পন্ন কৰি থকা হৈছে।

তেওঁ আৰু কৈছে যে চন্দ্ৰ অভিযানৰ বাবে অৰ্বিটাৰ (প্ৰদক্ষিণ কৰি থকা অংশ), লেণ্ডাৰ (অৱতৰণ কৰা অংশ) আৰু ৰোভাৰৰ (মন্থৰভাৱে চালিত যান) পৰীক্ষা কৰি থকা হৈছে আৰু আৱশ্যকীয়া ত্ৰুটি সংশোধন কৰা হৈছে। তামিলনাডুৰ মহেন্দ্ৰগিৰিত অভিযানৰ সৈতে সম্পৰ্কিত সকলো যন্ত্ৰাংশৰ পৰীক্ষা কৃতকাৰ্যতাৰে সম্পন্ন কৰা হৈছে। পৰিকল্পনা অনুসৰি, আগন্তুক বৰ্ষৰ ৩ জানুৱাৰিত ভাৰতীয় মহাকাশ সংস্থাটোৰ GSLV MK-III উৎক্ষেপণ যানেৰে চন্দ্ৰায়ন-২ক উৎক্ষেপণ কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd