• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক বিদ্ৰোহ : বিদ্ৰোহী কৃষক সংগঠনেৰে চৰকাৰৰ ষষ্ঠ লানি আলোচনাও ব্যৰ্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2020 10:04 am
index.jpgaaa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ স্থিতি অটল আছে দেশৰ কৃষক সংগঠনসমূহ।

এমাহৰো অধিক কাল দিল্লী সংযোগী সীমান্ত অঞ্চলত আন্দোলনৰত কৃষকসকলে এতিয়াও নিজৰ স্থিতিত অলৰ অচৰ।

Apply Now

চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহৰ ক্ৰমাগত ষষ্ঠ লানি আলোচনাও ব্যৰ্থ হৈছে।

বুধবাৰে দিল্লীৰ বিজ্ঞান ভৱনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টুমৰৰ সৈতে এটা চৰকাৰীৰ প্ৰতিনিধিৰ সৈতে কৃষক সংগঠনসমূহৰ নেতৃত্বই বৈঠকত অংগ্ৰহণ কৰে।

কিন্তু এই আলোচনাও পূৰ্ব আলোচনাসমূহৰ দৰে কোনো ফলৱৰ্তী নহ’ল। বিশেষ সূত্ৰৰ খবৰ মতে হেঁচাত পৰিলেও চৰকাৰে কৃষি আইনসমূহ বাতিলৰ পক্ষত নাই।

আনহাতে চৰকাৰে কৃষকৰ সমস্যা সমাধানৰ বাবে এখন কৃষি কমিটি গঠনৰ প্ৰস্তাৱ দিছে যদিও কৃষক সংগঠনসমূহে এই প্ৰস্তাৱক নাকচ কৰিছে।

চৰকাৰৰ তৰফৰ পৰা দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি কৃষক সংগঠনসমূহক আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান জনোৱা হৈছে। কৃষক সংগঠনসমূহে চৰকাৰৰ এই আহ্বানকো প্ৰত্যাখ্যান কৰি আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে।

ইফালে ফলৱৰ্তী নহ’লেও দুয়ো পক্ষই আলোচনাক সদৰ্থক বুলি মন্তব্য কৰিছে। অহা ৪ জানুৱাৰীত পৰৱৰ্তী বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

“আজি বৈঠক সদৰ্থক আছিল। চাৰিটা বিষয়ৰ দুটা বিষয়ত দুয়ো পক্ষই সহমত পোষণ কৰিছে। দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত আন্দোলনকাৰী নেতাসকলক আমি আবেদন কৰিছো যে বৃদ্ধ-বৃদ্ধা, মহিলা, শিশুসকলক আন্দোলনস্থলীৰ পৰা ঘৰলৈ পঠায় দিয়ক।” কেন্দ্ৰীয় কৃষি মন্ত্ৰী টুমৰে কয়।

ইফালে ন্যূনতম সমৰ্থন মূল্যৰ সম্পৰ্কে আৰু আলোচনা হ’ব বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে।

কিন্তু এতিয়াও মূল বিষয় দুটাত সহমতত উপণীত হোৱাই কৃষক সংগঠন আৰু চৰকাৰ।

“আমাৰ দুয়োটা মূল দাবী এতিয়া সমাধান হোৱা নাই। ন্যূনতম সমৰ্থন মূল্য সম্পৰ্কীয় বিষয়টো আৰু কৃষি আইনসমূহ বতিলৰ সম্পৰ্কীয় বিষয় দুটা এতিয়াও সমাধান হোৱা নাই আৰু ৪ জানুৱাৰীত বৈঠকত এই বিষয়ে আলোচনা কৰা হ’ব।” ভাৰতীয় কিষাণ ইউনিয়নৰ মুখপাত্ৰ ৰাকেশ টিকাইটে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd