• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দৰ্শনক সাংসদৰ লগইন আইডি আৰু পাছৱৰ্ড দিয়াতো সত্য – স্বীকাৰোক্তি মহুৱা মৈত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 29, 2023 5:21 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইৰ ব্যৱসায়ী দৰ্শন হিৰানন্দানীক লোকসভাৰ সাংসদৰ লগইন আইডি আৰু পাছৱৰ্ড দিছিল মহুৱা মৈত্ৰই। অৱশেষত এই কথা স্বীকাৰ কৰিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই। 

অৱশ্যে সংসদত আদানী গোটক প্ৰশ্ন কৰাৰ বাবে উপঢৌকন গ্ৰহণ কৰাৰ অভিযোগ মিছা বুলি কয় মহুৱা মৈত্ৰই।

Apply Now

মহুৱাই কয়, “মইয়েই দৰ্শনক লগইন আইডি আৰু পাছৱৰ্ড দিছিলো। মোৰ অজ্ঞাতে একো হোৱা নাই।” 

শুকুৰবাৰে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তৃণমূলৰ সাংসদগৰাকীয়ে কয়, ‘মই নিজেই তেওঁক (দৰ্শন হিৰণন্দনীক) মোৰ লোকসভাৰ লগইন আইডি আৰু পাছৱৰ্ড দিছিলোঁ। আইডি আৰু পাছৱৰ্ডটো দিলোঁ যাতে তেওঁৰ অফিচৰ কোনোবাই পোনপটীয়াকৈ প্ৰশ্নটো লিখি আপলোড কৰিব পাৰে। কোনো সাংসদেই নিজৰ প্ৰশ্ন নিজে নিলিখে। দৰ্শন বা আন কাৰোবাৰ কোনো প্ৰশ্ন মোৰ অজ্ঞাতে তাত আপলোড হোৱা নাছিল।” 

আনকি মাহুৱাই স্বীকাৰ কৰে যে প্ৰশ্নটো আপলোড কৰিবলৈ অ’টিপি থকা নিজৰ ফোন নম্বৰটো দি তেওঁ দৰ্শনক সহায় কৰিছিল। 

প্ৰসংগক্ৰমে, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা জয় অনন্ত দেহাদৰাইয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা (চিবিআই)ক অভিযোগ কৰিছে যে মহুৱাই লোকসভাত আদানী গোটক প্ৰশ্ন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিব বিচাৰিছিল। আৰু সেই প্ৰশ্ন সোধাৰ বাবে তেওঁ বন্ধু ব্যৱসায়ী দৰ্শনৰ পৰা টকা আৰু বহুমূলীয়া উপহাৰ লৈছিল। 

অৱশ্যে কৃষ্ণনগৰৰ সাংসদগৰাকীয়ে এই অভিযোগ সম্পূৰ্ণৰূপে খাৰিজ কৰে। নগদ ধন আৰু মূল্যৱান উপহাৰ লোৱাৰ প্ৰশ্নত মহুৱাই কয়, “যদি মই টকা লৈছোঁ, তেন্তে সেই টকা ক’লৈ গ’ল?” 

আনহাতে, শপতনামাত দৰ্শনে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আটাইতকৈ ডাঙৰ অনুৰাগী।” 

প্ৰসংগক্ৰমে লোকসভাৰ নৈতিকতা সমিতিয়ে এই ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে মহুৱাক মাতিছে। কিন্তু শুকুৰবাৰে কমিটীৰ অধ্যক্ষলৈ লিখা এখন পত্ৰত মহুৱাই কয় যে কেইবাটাও পূৰ্ব পৰিকল্পিত কাৰ্যসূচীৰ বাবে ৫ নৱেম্বৰৰ পূৰ্বে দিল্লীলৈ গৈ কমিটীৰ সন্মুখত হাজিৰ হোৱাটো সম্ভৱ নহয়।

অৱশ্যে মাহুৱাৰ পৰা এই পত্ৰ লাভ কৰাৰ পিছত নৈতিকতা সমিতিয়ে ২ নৱেম্বৰত তেওঁক হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

জনতা ভৱনৰ সন্মুখৰ ব্যক্তিগত সম্পত্তিৰ ভিতৰত চিজেপিক কিয় সভা অনুষ্ঠিত কৰিবলৈ নিদিলে হিমন্ত বিশ্ব শৰ্মাই?

October 9, 2026 8:08 pm
প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিবাদ ৰোধৰ নামত ৰে’ল-মেট্ৰ সেৱা বন্ধ কৰিব নোৱাৰিব কেন্দ্ৰই : নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

October 9, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm
গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

গুৱাহাটীত ১০ অক্টোবৰৰ পৰা অ’লা-উবেৰ এৰিব বৈদ্যুতিক অটোৰিক্সা চালকে, পেইণ্ডিয়াত যোগদানৰ ঘোষণা

October 9, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd