• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এক কিলোমিটাৰ যাবলৈ খৰচ হ’ব মাত্ৰ ১০ পইচা : দৰিদ্ৰৰ বাবে ডাঙৰ উপহাৰ টাটাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2023 12:48 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলোৱা এই দিনবোৰত এক কিলোমিটাৰ যাবলৈ যদি ১০ পইচা খৰছ হ’ব বুলি কোৱা হয় তেন্তে আপুনি বিশ্বাস কৰিবনে? বিশ্বাস নকৰিলেও উপায় নাই। ইয়ে সঁচা।

টাটা গ্ৰুপৰ সমৰ্থিত কোম্পানী ষ্ট্ৰাইডাৰে এই কথা দাবী কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে দেশৰ বজাৰত এখন নতুন ইলেক্ট্ৰিক বাইক ‘ষ্ট্ৰাইডাৰ জিটা প্লাছ’ মুকলি কৰিছে। যাৰ দাম তেনেই সুলভ।

Apply Now

দৰাচলতে পৰিৱেশ প্ৰদূষণ কমোৱাৰ বাবে বৈদ্যুতিক বাহনৰ প্ৰতি মানুহৰ প্ৰৱলতা বাঢ়ি আহিছে। যাতে মানুহৰ বাবে বিকল্পৰ অভাৱ নহয়, সেয়ে ইখনৰ পিছত সিখনকৈ ইলেক্ট্ৰিক গাড়ী দেশত মুকলি কৰা হৈছে। এনে এখন বাহন হৈছে টাটাৰ ‘ষ্ট্ৰাইডাৰ জিটা’। 

বাইকখনৰ কি কি বৈশিষ্ট্য আছে? বাইকখনৰ দাম কিমান?

জানিব পৰা মতে, এই নতুন বাহনখনৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ২৫ কিলোমিটাৰ। মূলতঃ বাইকখন হালফিল ফেশ্বন ষ্টীল হাৰ্ডটেইল ফ্ৰেমৰ সৈতে তৈয়াৰ কৰা হৈছে। ষ্ট্ৰাইডাৰ জেটাৰ দুয়োটা মূৰত শক্তিশালী অটো-কাট ব্ৰেক আৰু ডিস্ক ব্ৰেক আছে। 

অৰ্থাৎ আজিৰ যুৱক-যুৱতীসকলে এই ইলেক্ট্ৰিক বাইকখন সহজে চলাব পাৰে বুলি কোম্পানীটোৰ বিশ্বাস কৰে।

এই মুহূৰ্তত বজাৰত টাটাৰ কেইবাখনো ইলেকট্ৰিক বাইক উপলব্ধ। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ভল্টিক ১.৭, ইটিবি ১০০ আৰু ভল্টিক গ’। সমগ্ৰ দেশতে কোম্পানীটোৰ প্ৰায় ৪ হাজাৰ খুচুৰা বিপণী আছে। 

আমি কোৱা ইলেক্ট্ৰিক বাইকখনৰ আৰম্ভণিৰ মূল্য ২৬,৯৯৫ টকা। বৰ্তমান এই বাইকখন সেউজীয়া আৰু ধোৱাবৰণীয়া দুটা ৰঙত উপলব্ধ।

নতুন মুকলিৰ সন্দৰ্ভত ষ্ট্ৰাইডাৰৰ ব্যৱসায়িক মুৰব্বী ৰাহুল গুপ্তাই কয়, ‘চাইকেল ব্যৱসায়ত ষ্ট্ৰাইডাৰৰ সুনাম আছে। আমি দেশত বিকল্প শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছো। এই বৈদ্যুতিক চাইকেলখন ষ্ট্ৰাইডাৰৰ অফিচিয়েল ৱেবছাইটত বিক্ৰী কৰা হৈছে। গতিকে ব্যায়ামৰ বাবে চাইকেল চলোৱা বা নিয়মীয়াকৈ চাইকেল চলাবলৈ ভাল পোৱাসকলৰ বাবে ই অতি ফলপ্ৰসূ হ’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd