• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 10:45 am

1 min read

ৰাজনৈতিক অস্থিৰতা, ইটালীৰ প্ৰধান মন্ত্ৰীৰ পদত্যাগ
129
VIEWS
Share on FacebookShare on Twitter

তীব্ৰ ৰাজনৈতিক চাপত ইটালীৰ প্ৰধান মন্ত্ৰী জিউচেপ কণ্টে পদত্যাগ কৰে।

মঙলবাৰে জিউচেপ কণ্টে ইটালীৰ ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাৰ হাতত পদত্যাগ পত্ৰ অৰ্পন কৰে।

প্ৰধান মন্ত্ৰী জিউচেপ কণ্টেৰ পদত্যাগৰ পাছতে বৰ্তমানৰ ইটালীৰ ৰাজনৈতিক অস্থিৰতা প্ৰশমিত কৰাৰ ক্ষেত্ৰত দায়িত্ব পৰিব ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাৰ হাতত।

প্ৰধান মন্ত্ৰী কাণ্টেৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰপতি মাটাৰেলাই বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে ৰাষ্ট্ৰপতি ভৱনত বৈঠকত অংশগ্ৰহণ কৰিছে।

ইপিনে, ৰাষ্ট্ৰপতি চাৰ্জিঅ’ মাটাৰেলাই প্ৰধান মন্ত্ৰী কণ্টেৰ পদত্যাগ পত্ৰ উঠাই লোৱাৰ বাবেও অনুৰোধ জনায়।

জিউচেপ কণ্টেৰ শাসনকালত ইটালীত বৃদ্ধি পোৱা ৰাজনৈতিক অস্থিৰতাৰ বাবেই নতুন চৰকাৰ গঠনৰ আশাৰে কণ্টে পদত্যাগ কৰিছে বুলি জানিব পৰা গৈছে।

ইটালীত কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে কণ্টে এখন নতুন চৰকাৰ গঠনৰ যোঁ-জা আৰম্ভ কৰিছে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd