DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না ভাইৰাছ: ইটালীত মৃত্যুৰ কিৰিলি, এদিনতে প্ৰাণ হেৰুৱালে প্ৰায় ১০০০ লোকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 7:40 am
3corona1_6

প্ৰতিনিধিত্বমূলক ফটো

4k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠা ইটালীত এতিয়া প্ৰতিদিনে মৃত্যৰ হাৰ বৃদ্ধি পাবলৈ লৈছে। কৰ’না মহামাৰীয়ে এতিয়ালৈকে আটাইতকৈ বেছি বিধ্বস্ত কৰিছে ইটালীক।

য়ুৰোপৰ এই দেশখনত এতিয়ালৈকে ৮ হাজাৰতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে সৰ্বাধিক লোকৰ মৃত্যু হৈছে। এই দিনটোত দেশখনত প্ৰায় ১০০০লোকে  কৰ’না ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে।

কেবল ইটালীতে নহয়, য়ুৰোপৰ ব্ৰিটেইন, স্পেইন, জাৰ্মাণীৰ দৰে দেশতো এই মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰিছে।

সমগ্ৰ য়ুৰোপতে কৰ’না ভাইৰাছৰ ৩ লাখতকৈ অধিক ঘটনা সংঘটিত হৈছে।

অকল ইটালীতে কৰ’না ভাইৰাছৰ ৮৬ হাজাৰতকৈয়ো অধিক নিশ্চিত ঘটনা পোহৰলৈ আহিছে।

ইটালীত যোৱা বৃহস্পতিবাৰে ৭১২জন, বুধবাৰে ৬৮৩জন, মঙলবাৰে ৭৪৩জন আৰু সোমবাৰে ৬০২জন লোকে কৰ’না ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে।

গোটেই বিশ্বতে সৰ্বমুঠ ৫,৬৬,২৬৯জন লোক কৰ’নাত সংক্ৰমিত হৈছে আৰু ২৬হাজাৰতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

চীনৰ পাছতে য়ুৰোপত কৰ’নাৰ সংহাৰ সৰ্বাধিক হৈছে। যোৱা ২৪ ঘন্টাত কৰ’না ভাইৰাছত স্পেইনত ৭৬৯জন লোকৰ মৃত্যু ঘটিছে।

স্পেইনত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫,০৫৯জন হৈছেগৈ। দেশখনত ৮০০০নতুন ঘটনা পোহৰলৈ আহিছে।

ইপিনে, আমেৰিকাত যোৱা ২৪ ঘন্টাত ১৬,০০০ লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু সৰ্বমুঠ নিশ্চিত ৰোগীৰ সংখ্যা ৮৫,৫৯৪ জন হৈছেগৈ।

আনহাতে, ভাৰততো কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ৭৫ টা নতুন ঘটনা পোহৰলৈ আহিছে আৰু ৪জন লোকৰ মৃত্যু ঘটিছে।

ক’ৰনা ভাইৰাছৰ ভাৰতত ৮০০তকৈয়ো অধিক নিশ্চিত আক্ৰান্ত ৰোগীৰ সংখ্যা হোৱাৰ বিপৰীতে এতিয়ালৈকে ২০জন লোকৰ মৃত্যু হৈছে।

Recent News

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

আয়বহিৰ্ভূত সম্পত্তি: হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাক চাৰি বছৰৰ কাৰাদণ্ড

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল? কাক কিমান টকা আদায় দিলে?

7 Soldiers Dead In Ladakh

লাডাখত শোকাৱহ দুৰ্ঘটনা: সেনা কঢ়িয়াই নিয়া বাহন বাগৰি পৰিল নদীত, সাত জোৱানৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd