DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছ : চীনক অতিক্ৰমী ইটালীত মৃত্যু হোৱা লোকৰ সংখ্যা সৰ্বাধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2020 2:50 pm
coronavirus-750x375
15.8k
VIEWS
Share on FacebookShare on Twitter

ইটালীত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা চীনতকৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে দেশখনত ৪২৭ লোকৰ মৃত্যু হয়।

বৰ্তমানলৈকে ইটালীত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩৪০৫ গৰাকী, ইয়াৰ বিপৰীতে চীনত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা হৈছে ৩২৪৮ গৰাকী।

উল্লেখযোগ্য যে ইটালীত মূঠ ৪১,০৩৫ গৰাকী ব্যক্তি শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে।

নিহতৰ সংখ্যা এইদৰে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনৰ চৰকাৰে ৩ এপ্ৰিললৈকে ঘোষণা কৰা ‘লকডাউন’ৰ সময়সীমা বঢ়াই দিছে বুলি প্ৰধান মন্ত্ৰী জ্যোচেপ ক’ণ্টেই সদৰী কৰে।

সমগ্ৰ বিশ্বত এই পৰ্যন্ত ১০,০৫৯ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে।

ইফালে ভাৰতৰ ৰাজস্থানত আজি এজন ইটালিৰ লোকৰ মৃত্যু হয়। ইয়াৰ লগে লগে ভাৰতত এই ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পালে।

ইয়াৰ পূৰ্বে কৰ্ণাটক, দিল্লী, মহাৰাষ্ট্ৰ আৰু পঞ্জাৱত একোজনকৈ লোকৰ এই ভাইৰাছবিধৰ ফলত মৃত্যু হৈছিল।

Recent News

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

HSLC result HS result

জুন মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ দাবী আছুৰ

Dawood Ibrahim is in Karachi

ক’ত আছে আণ্ডাৰৱৰ্ল্ডৰ কুখ্যাত সম্ৰাট ডাউদ ইব্ৰাহিম! নিজ ভাগিনৰ ভাষ্যত বিস্ফোৰক তথ্য

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd