• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাত আক্ৰান্ত হৈ এই গৰাকী ইটালীয়ান প্ৰাক্তন অলিম্পিক খেলুৱৈৰ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2020 7:30 am
Story-14-6-1140x570

দোনাতো চাবিয়া

8.8k
VIEWS
Share on FacebookShare on Twitter

অলিম্পিকৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাৰ দুবাৰৰ ফাইনেলিষ্ট ইটালীৰ দোনাতো চাবিয়াই ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বুলি বুধাবাৰে উল্লেখ কৰে ইটালীয়ান অলিম্পিক কমিটিয়ে।

এক প্ৰেছ বিবৃতিত ইটালীয়ান অলিম্পিক কমিটিয়ে ৫৬ বছৰীয়া প্ৰাক্তন তাৰকা এথলীট গৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ বিগত কিছু দিনৰ পৰা পোটেনজাৰ চান কাৰ্লো হস্পাতালৰ আই চি য়ুত চিকিৎসাধীন হৈ আছিল বুলি উল্লেখ কৰে।

দোনাতো চাবিয়া ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বিশ্বৰ প্ৰথম গৰাকী অলিম্পিক ফাইনেলিষ্ট হিচাপেও ইটালীয়ান অলিম্পিক কমিটিয়ে বিবৃতিটোত প্ৰকাশ কৰে।

বিবৃতিটোত চাবিয়াৰ পিতৃৰো কিছুদিন পূৰ্বে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছিল বুলি উল্লেখ কৰা হয়।

ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা ইটালীয়ান এথলীট গৰাকীয়ে ১৯৮৪ চনৰ ল’ছ এঞ্জেলছ অলিম্পিক আৰু ছিউল অলিম্পিকৰ ৮০০ মিটাৰ দৌৰত ক্ৰমে পঞ্চম আৰু সপ্তম স্থান অধিকাৰ কৰিছিল।

চাবিয়াই ইউৰোপিয়ান ইণ্ডোৰ চেম্পিয়নশ্বিপত ১৯৮৪ চনত একেটা শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

উল্লেখযোগ্য যে, ইটালীত ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছিল আৰু বৰ্তমানলৈ দেশখনত প্ৰায় ১৩,০০০ অধিক লোকে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

Tags: COVID-19

Recent News

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ক্ষমা বিচৰিবলৈ গৈও সমস্যা? সম্পৰ্ক ৰক্ষা কৰিব বিচাৰিলে এই ভুলবোৰ নকৰিব

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd