• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুৱলি-কুঁৱলী স্থিতিক তীব্ৰ নিন্দা ভাৰতীয় গণনাট্য সংঘৰ

নৰ্থইষ্ট নাও অসমীয়া, গুৱাহাটী by নৰ্থইষ্ট নাও অসমীয়া, গুৱাহাটী
October 21, 2025 4:58 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত সংবাদমেল যোগে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুৱলি-কুঁৱলী স্থিতিক তীব্ৰ নিন্দা কৰাৰ লগতে কঠোৰ সকিয়নী জনায় “ভাৰতীয় গণনাট্য সংঘই। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি জনমানসত হেয় প্ৰতিপন্ন কৰি জাতীয় আন্দোলন আৰু জাতীয় আবেগক নিস্ক্ৰিয় কৰাৰ কুআভিসন্ধিৰ পৰা বিৰত থাকিবলৈ সংবাদমেলত মুখ্যমন্ত্ৰীক কঠোৰ সকিয়নী ভাৰতীয় গণনাট্য সংঘৰ সমন্বয়ক সোণেশ্বৰ নৰহৰ।

হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত তথ্য জনা তথা এই বিষয়টোৰ ন্যায় বিচৰাটো অসমৰ জনগণৰ এটা মৌলিক দাবী৷ জনগণৰ এই অধিকাৰক পুতৌ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই দয়া আৰু কৃপাৰ ভিত্তিত ন্যায়ৰ কথা কোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ আনহাতে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক একাষৰীয়া কৰাৰ মানসেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰহনন কৰাৰ পৰিকল্পনা কৰি থকা হৈছে৷ এই কু-চক্ৰান্তৰ মাজেৰে জাতীয় আৱেগক নিষ্ক্ৰিয় কৰাৰ যি অভিপ্ৰায় সেয়া কোনো কাৰণতে সম্ভৱ হ’বলৈ দিয়া নহ’ব৷’— আজি বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰ ক্ষেত্ৰত এক সংবাদমেল অনুষ্ঠিত কৰি ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিকৰ সমন্বয়ক সোণেশ্বৰ নৰহে এইদৰে কয়৷ সংগঠনটোৰ জ্যেষ্ঠ শিল্পী ধনেশ্বৰ শইকীয়া, চিত্ৰ-ভাস্কৰ্য শিল্পী পাপু ঘোষ, নাট্যশিল্পী চিমি গোস্বামী, ৰাতুল ফুকন, কবি পল্লৱ হাজৰিকা, দ্ৰোণ পাটগিৰি, দেৱ পেগু উপস্থিত থকা সংবাদমেলৰ যোগেদি ভাৰতীয় গণনাট্য সংঘই কয় যে জুবিন গাৰ্গ কেৱল এটা ৰোমাণ্টিচিজমৰ প্ৰতীক নহয়, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ, ছে’ গুৱেভাৰাৰ আদৰ্শৰে পুষ্ট জুবিন গাৰ্গ এগৰাকী চছিয়েল লেফ্টিষ্ট৷ কিন্তু, চৰকাৰীভাৱে প্ৰকাশ কৰা ধৰণে অভিযোগনামাৰ তথ্য মানি লওঁতে অসমীয়াৰ সময় লাগিব বিষয়টোৱে জুবিনৰ পৰিয়াল আৰু অনুৰাগীলৈ বুলি মুখ্যমন্ত্ৰীয়ে মনস্তাত্বিক ভাবুকি প্ৰদান কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ভাৰতীয় গণনাট্য সংঘই।

Apply Now

জুবিন গাৰ্গৰ ন্যায়ৰ দাবী তুলি সংবাদমেলযোগে ভাৰতীয় গণনাট্য সংঘই কয় যে ৰাজনৈতিক স্বাৰ্থৰ বাবে এনে কু-অভিপ্ৰায়ৰ পৰা বিৰত থাকক অন্যথা আমাৰ অভিযোগৰ আঙুলি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীলৈ যাব৷

সংবাদমেলত সংগঠনটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুঁৱলি-কুঁৱলী স্থিতিক তীব্ৰ নিন্দা আৰু কঠোৰ সকিয়নী প্ৰদান কৰে৷ ভাৰতীয় গণনাট্য সংঘই সংবাদ মেলযোগে কয় যে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি জনমানসত হেয় প্ৰতিপন্ন কৰি জাতীয় আন্দোলন আৰু জাতীয় আবেগক নিষ্ক্ৰিয় কৰাৰ কু-অভিসন্ধিৰ পৰা বিৰত থাকিবলৈ সংবাদমেলত মুখ্যমন্ত্ৰীক কঠোৰ সকিয়নী ভাৰতীয় গণনাট্য সংঘৰ সমন্বয়ক সোণেশ্বৰ নৰহৰ৷

ন্যায়াধীশৰ দৰে কথা ক’বলৈ মুখ্যমন্ত্ৰীক আমি ন্যায়াধীশ পাতি থোৱা নাই বুলিও কয় ভাৰতীয় গণনাট্য সংঘৰ সমন্বয়ক সোণেশ্বৰ নৰহে। লগতে আমি এতিয়া কৈ হে আছো কিন্তু জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে নিকৃষ্ট কাৰ্যৰ পৰা হিমন্ত বিশ্ব শৰ্মা যদি বেকফুটত নাযায় তেতিয়াহ’লে সমগ্ৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগৰ আঙুলি পোনপতিয়াকৈ মুখ্যমন্ত্ৰীলৈ তুলিবলৈ বাধ্য হ’ম বুলিও হুংকাৰ প্ৰদান কৰে ভাৰতীয় গণনাট্য সংঘৰ সমন্বয়ক গৰাকীয়ে। উল্লেখ্য যে, অপপ্ৰচাৰত বিচলিত নহৈ ৰাইজৰ লগত থাকি ন্যায়ৰ হকে অটল স্থিতিত থাকিবলৈ গৰিমা গাৰ্গলৈও বিনম্ৰ আহ্বান ” জনোৱাৰ লগতে “সাহসী গৰিমা”আখ্যাৰে সংবাদমেলতে গৰিমা শইকীয়া গাৰ্গক জন্মদিনৰ আনুষ্ঠানিক শুভেচ্ছা জনালে ভাৰতীয় গণনাট্য সংঘই।

নৰ্থইষ্ট নাও অসমীয়া, গুৱাহাটী

নৰ্থইষ্ট নাও অসমীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd