• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় গৃহৰক্ষী জোৱানক হত্যাৰ প্ৰতিবাদত ৯ মে’ত সমদল উলিয়াব জে এ চি এমে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 11:20 am
Home-guard-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰিগৰাকী সুৰাপান কৰা ট্ৰাক চালকে এজন গৃহৰক্ষী জোৱানক হত্যা কৰাৰ ঘটনাই মেঘালয়ত ৰাজনৈতিক মোৰ লোৱা পৰিলক্ষিত হৈছে। স্থানীয় সংগঠনসমূহে এই জঘন্য ঘটনাৰ প্ৰতিবাদত ক’লা পতাকাৰে প্ৰতিবাদী সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মেঘালয়ৰ ৰিভ’ই জিলাৰ খানাপাৰাত থকা এফ চি আইত কৰ্মৰত গৃহৰক্ষী দিচমাৰ্লিন লিংডো লিংখোইক ২৪ এপ্ৰিলত চাৰিজন ট্ৰাক চালকে গুদাম ঘৰত হোৱা কাজিয়াৰ ফলশ্ৰুতিত নিৰ্মমভাবে হত্যা কৰে।

Apply Now

মেঘালয় চৰকাৰক হত্যাকাণ্ডটোৰ দোষীসকলক কৰায়ত্ত কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জন  কৰ্তা লিংখোইৰ পৰিয়ালক সাহায্য আৰু চাকৰি দিয়াৰ বাবে মাওলাই যুতীয়া কাৰ্যকৰী সমিতিয়ে (জে এ চি এম) ৯ মে’ত এক প্ৰতিবাদী সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

জে এ চি এমে মাওলাই অঞ্চলৰ সকলো ৰাইজক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি নিৰ্দোষী গৃহৰক্ষী জনৰ পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে ওলাই আহিবলৈ আহ্বান জনাই। প্ৰতিবাদকাৰীসকলে ৯ মে’ত দুপৰীয়া ১ বজাত শ্বিলং-গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰিব।

Crime-300x300
হত্যাকাণ্ডত অভিযুক্ত চাৰিজন.

তদুপৰি জে  এ চি এমে অনতিপলমে উত্তৰ-পূব বাণিজ্য আৰু পৰিবহনৰ চাৰিগৰাকী ট্ৰাক চালকক আটক কৰাৰ বাবে দাবী উত্থাপন কৰি লিংখোইৰ পৰিয়ালক সাহায্যৰ লগতে ডাঙৰ সন্তানগৰাকীক চাকৰি দিয়াৰ বাবে আহ্বান  জনাই।

আনহাতে, মেঘালয় আৰক্ষীয়ে চাৰিজন ট্ৰাক চালক ক্ৰমে নৱ বৰুৱা, সোনাৰাম বড়ো, সুৰেশ বড়ো আৰু সাধন জামাতিয়াক হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ বাবে (খানাপাৰ আৰক্ষী থানাত পঞ্জীয়ণ হোৱা গোচৰ নং ১৮(৪), ২০১৯) নটিছ জাৰি কৰিছে।

অভিযুক্ত নৱ বৰুৱাৰ ঘৰ দৰং জিলাৰ চিপাঝাৰত, সোণাৰাম বড়োৰ ঘৰ বাক্সাৰ তামুলপুৰত আৰু সাধন জামাতিয়া ত্ৰিপুৰাৰ আগৰতলাৰ পৰা অহা যদিও বৰ্তমান গুৱাহাটীৰ বশিষ্ঠ অঞ্চলৰ পাতৰকুছিৰ বাসিন্দা।

বিগত সপ্তাহত জে এ চি এমৰ প্ৰতিনিধিয়ে মেঘালয়ৰ গৃহমন্ত্ৰী জেমচ কে চাংমাক সাক্ষাৎ কৰি ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনোৱাৰ লগতে গৃহৰক্ষী আৰু নাগৰিক সুৰক্ষা বিভাগৰ সেনানায়ক বি খাৰকোংগোৰক সাক্ষাৎ কৰি ভূক্তোভোগী পৰিয়াললৈ চাকৰি দিয়াৰ বাবে এখন স্মাৰক পত্ৰ দাখিল কৰে।

মৃত গৃহৰক্ষী জোৱান লিংখোইৰ বিধবা পত্নী ফাতিমা নংলাঙে তেওঁ স্বামীক হেৰুৱাৰ কথাটো এতিয়াও কল্পনা আৰু বিশ্বাস কৰিব পৰা নাই বুলি উল্লেখ কৰে। মেঘালয়ৰ মাওলাই মাওৰাহৰ বাসিন্দা লিংখোই পত্নী আৰু পাঁচগৰাকী সন্তানৰেৰে গঠিত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন উৎস আছিল।

লিংখোই ডাঙৰ সন্তানটোৱে স্নাতক দ্বিতীয় ষাণ্মাষিকত অধ্যয়ণ কৰি থকাৰ বিপৰীতে দ্বিতীয় সন্তানটোৱে দ্বাদশ শ্ৰেণীত, তৃতীয় আৰু চতুৰ্থ সন্তানটোৱে ক্ৰমে দশম আৰু অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছে। আকৌ একেবাৰে সৰু সন্তানটোৰ বয়স হৈছে মাত্ৰ তিনি মাহ।

হত্যাকাৰী সকলক শীঘ্ৰে শাস্তি দিয়াৰ দাবী জনাই ফাতিমাই কয়-‘এগৰাকী বিধবা হিচাপে মই মোৰ সন্তান সকলক কেনেদৰে লালন পালন কৰিব আৰু কেনেদৰে সিহতৰ শিক্ষা আগবঢ়াই নিম ভাবিবই পৰা নাই’।

খাচি ছাত্ৰ সন্থা আৰু মাওলাই চক্ৰৰ খাচি, জয়ন্তীয়া আৰু গাৰো পিপ’ল ফেডাৰেচনেও গৃহৰক্ষী বিভাগ আৰু এফ চি আইক পৰিয়ালটোক চাকৰি প্ৰদান কৰাৰ বাবে দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd