• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩০ৰ ২৯ গৰাকীয়েই কোটিপতি মুখ্যমন্ত্ৰী; হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2023 7:10 am
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৩০ গৰাকী মুখ্যমন্ত্ৰীৰ ভিতৰত ২৯ গৰাকী মুখ্যমন্ত্ৰী হৈছে কোটিপতি। এছ’ছিয়েচন ফ’ৰ ডেক্ৰেটিক ৰিফ’ৰ্মছ(চমুকৈ ADR)ৰ এক সমীক্ষা প্ৰকাশ পাইছে এই তথ্য। ADRৰে প্ৰকাশ কৰা মতে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীগৰাকী হৈছে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী। ৰেড্ডীৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫১০.৩৩ কোটি টকা।

ইফালে দেশৰ দৰিদ্ৰতম মুখ্যমন্ত্ৰীগৰাকী হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মমতা বেনাৰ্জীৰ সম্পত্তিৰ পৰিমাণ হৈছে মাত্ৰ ১৫ লাখ টকা।

আনহাতে, ৰেড্ডীৰ পিছতে দেশৰ দ্বিতীয় ধনী মুখ্যমন্ত্ৰীগৰাকী হৈছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু। পাহাৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী খাণ্ডুৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬৩.৫০ কোটি টকা। ইয়াৰ পাছতে ৬৩.৮৭ কোটি টকাৰে ওড়িষাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক তৃতীয় স্থানত আছে। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিয়’ আৰু পডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰঙ্গাস্বামী। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ হৈছে ক্ৰমে ৪৬.৯৫ কোটি আৰু ৩৮.৩৯ কোটি টকা।
ধনী মুখ্যমন্ত্ৰী তালিকাত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ স্থান হৈছে অষ্টম। ডঃ শৰ্মাৰ সম্পত্তিৰ পৰিমাণ ১৭.২৭ কোটি টকা। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ আগত ষষ্ঠ আৰু সপ্তম স্থানত আছে ২৩.৫৫ কোটি টকাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু ২৩.০৫ কোটি টকাৰে ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল।

Apply Now

ADRৰ তথ্যৰ মতে দেশৰ মাত্ৰ এগৰাকী মুখ্যমন্ত্ৰীহে লাখপতি। মুখ্যমন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ হৈছে ৩৩.৯৬ কোটি টকা।

ইফালে দেশৰ ১৩ গৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে। অৰ্থাৎ এডিআৰৰ প্ৰতিবেদন অনুসৰি ১৩ গৰাকী মুখ্যমন্ত্ৰীয়ে শপতনামাত গুৰুতৰ অপৰাধমূলক গোচৰ থকাৰ তথ্য সন্নিৱিষ্ট কৰিছে। এই গোচৰসমূহ হৈছে ক্ৰমে হত্যা, হত্যাৰ চেষ্টা, অপহৰণ আদি গুৰুতৰ অপৰাধমূলক গোচৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am
“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

“ক’কৰোচ হৈ গ’লেই জীৱনটো ভাল হ’ব”-ভাৰত চৰকাৰক লক্ষ্য কৰি বিস্ফোৰক বিজয় মালিয়া

September 11, 2026 7:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd