DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

দেশৰ নতুন উপ ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হ’ল এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী জগদ্বীপ ধনখৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2022 8:59 pm
Jagdeep Dhankhar Is New Vice President
111
VIEWS
Share on FacebookShare on Twitter

দেশে লাভ কৰিলে এগৰাকী মতুন উপ ৰাষ্ট্ৰপতি। আজি অনুষ্ঠিত উপ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী জগদ্বীপ ধনখৰ বিৰোধী দলৰ মনোনীত প্ৰাৰ্থী মাৰ্গাৰেট আলভাতকৈ বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়।

আজি দিনৰ ১০ বজাৰ পৰা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছিল৷ বিজেপি নেতৃত্বাধীন এনডিএ- এই পশ্চিম বংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জগদ্বীপ ধনখৰক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত কৰিছিল।

আনহাতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাক নিৰ্বাচনত থিয় কৰোৱা হৈছিল৷

আজি ১০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত লোকসভাৰ ৫৪৩ গৰাকী নিৰ্বাচিত আৰু দুগৰাকী মনোনীত সদস্যৰ লগতে ৰাজ্যসভাৰ ২৩৩ গৰাকী নিৰ্বাচিত আৰু ১২ গৰাকী মনোনীত সদস্যই ভোটদান কৰে৷

সন্ধিয়া ৫ বজালৈকে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থাকে। ভোটগ্ৰহণ অন্ত পৰাৰ পিছতেই ভোট গণনা অনুষ্ঠিত হয়৷ ধানখাড়ে মুঠ ৫৮২ টা ভোট লাভ কৰাৰ বিপৰীতে আলভাই ১৮২ টা ভোট লাভ কৰে।

নৱ নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই শুভেচ্ছা জনাইছে।

উল্লেখ্য যে অহা ১১ আগষ্টত বৰ্তমানৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল সমাপ্ত হ’ব৷ একেদিনাই দেশৰ নতুন উপ ৰাষ্ট্ৰপতি হিচাপে ধনখৰে শপত গ্ৰহণ কৰিব।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd