• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“জয় আই অসম” শ্ল’গান, অসমক ভাল পাই বিপদত পৰিল ৬জনকৈ ACS বিষয়া

কা-বিৰোধ কৰি চৰকাৰৰ আক্ৰোশৰ বলি হৈছে চৰকাৰী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2019 6:15 pm
Assam-Secretariat
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধন) বিধেয়কৰ বিৰুদ্ধে চাৰিওফালে প্ৰতিবাদ হৈ থকাৰ মাজতে ছ’চিয়েল মিডিয়াৰ পোষ্ট আৰু মন্তব্যৰ বাবে ৬জনকৈ এ চি এছ বিষয়াক চৰকাৰে “বদলি” কৰাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

পাৰ্ছনেল বিভাগ (এ)ৰ সচিব বিনীতা পেগুৰ দ্বাৰা ১৯ ডিচেম্বৰত জাৰি কৰা মেমো নং AAA.15/2017/18-J-ৰ জৰিয়তে বিষয়াকেইজনক বদলি কৰা হৈছে।

Apply Now

কিছুমান লক্ষণীয় স্থিতিৰ পিছতে চৰকাৰে বদলি কৰা বিষয়াকেইজন হ’ল-

  • উপলা শইকীয়া, অতিৰিক্ত সচিব, উদ্যোগ আৰু বাণিজ্য
  • ভাস্কৰ ফুকন, অসম পৰ্য্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক
  • দেৱজিত খনিকৰ, যুটীয়া সচিব, সমাজ কল্যাণ বিভাগ
  • লাচিত কুমাৰ দাস, অতিৰিক্ত উপায়ুক্ত, কামৰূপ (মহানগৰ)
  • অংকুৰ ভৰালী, অতিৰিক্ত উপায়ুক্ত, ধেমাজি
  • অনুজা ভূঞা, উপ-সচিব ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়

 

ভুক্তভোগী বিষয়াকেইজনে এই বিষয়ত কোনো মন্তব্য কৰা নাই আৰু একাংশই ইয়াক নিয়মীয়া ৰদবদলৰ অংশ বুলি কৈছে যদিও চৰকাৰৰ প্ৰতিশোধমূলক মনোভাবত অসন্তুষ্ট হৈছে অসমৰ আমোলা মহল।

পাৰ্ছনেল বিভাগ (এ)ৰ সচিব বিনীতা পেগুৰ সৈতে একাধিকবাৰ যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও তেওঁক ফোনত পোৱা নগ’ল।

আমোলা মহলৰ এটা সূত্ৰই নৰ্থ-ইষ্ট নাওক কয় যে ইয়াৰে এগৰাকী বিষয়াক তেওঁ তেওঁৰ জীয়েকে CAA-বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ ফটো ছ’চিয়েল মিডিয়াত আপল’ড কৰাৰ পিছতে বদলি কৰা হয়।

আন এজন বিষয়াই গুৱাহাটীত কটনৰ ছাত্ৰসকলে কৰা শান্তিপূৰ্ণ প্ৰতিবাদৰ পোষ্ট দিছিল।

এজন বিষয়া তেওঁৰ ছ’চিয়েল মিডিয়া কমেণ্ট “জয় আই অসম”ৰ বাবে চৰকাৰৰ ৰোষত পৰে।

একেদৰে তেওঁলোকৰ এজনলৈ তেওঁৰ মন্তব্য “Ratnakaar verses Kanchanjungha” (ৰত্নাকৰ বনাম কাঞ্চনজংঘা)-এ বদলিৰ বিপদ চপাই আনে।

লগতে পঢ়ক দল-সংগঠনৰ হুমকিত নিলম্বিত অসমীয়া শিক্ষয়িত্ৰীক পুনৰ পদত বাহাল ৰাখিলে জৱাহৰ নৱোদয় বিদ্যালয়ে

তেওঁলোকে চৰকাৰী নীতিৰ বাবে এতিয়াও মুখ খোলা নাই যদিও তেওঁলোকৰ “বদলি”ক লৈ ইতিমধ্যে বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে।

মন কৰিব লগীয়া যে CAA-ৰ বিৰোধিতাত সমৰ্থন আগ বঢ়োৱা বাবে বন্দিতা বৰা নামৰ কম্পিউটাৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী এগৰাকীক যোৱা ২৪ ডিচেম্বৰত বৰ্খাস্ত কৰিছিল তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয়ে। দল-সংগঠনৰ হেঁচাত পিছত তেওঁক পুনৰ আগৰ পদত বাহাল ৰাখিবলৈ বাধ্য হয় কৰ্তৃপক্ষ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd