DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতীয় সেনাৰ বীৰত্ব : ‘জয় বজৰংবলী’ ধ্বনিৰে কঁপি উঠিল ব্ৰিটেইনৰ মাটি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 10:09 pm
5.7k
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনৰ সেনা বাহিনীৰ সৈতে ইংলেণ্ডত হোৱা ভাৰতীয় সেনাৰ বিহাৰ ৰেজিমেন্টৰ যৌথ অনুশীলনৰ সময়ত বৃহস্পতিবাৰে ভাৰতীয় সেনাই জয় বজৰংগবলী ধ্বনি ব্ৰিটেইনৰ মাটি কঁপাই তোলে।

মন কৰিবলগীয়া যে বিগত সাত বছৰ ধৰি ভাৰত আৰু ব্ৰিটেইনৰ সেনাই যৌথ সামৰিক অনুশীলনত অংশ লৈছে। এইবাৰৰ অনুশীলন দুসপ্তাহৰ আগতে আৰম্ভ হৈছিল। ভাৰতীয় সেনা জোৱানসকলে তাত ‘জয় বজৰংগবলী’ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

ব্ৰিটেইনৰ চেলিছবেৰী প্লেইনছত ২০২৩ চনৰ যৌথ অনুশীলন চলি আছে। এই অনুশীলনত অংশগ্ৰহণৰ বাবে ভাৰতীয় সেনাই এটা বেটেলিয়ন প্ৰেৰণ কৰিছে। বিহাৰ ৰেজিমেণ্টৰ ষষ্ঠ বেটেলিয়নে এই অনুশীলনত অংশগ্ৰহণ কৰিছে। আনহাতে, এই অনুশীলনৰ বাবে ব্ৰিটেইনে দুটা বেটেলিয়ন প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েল গোৰ্খা ৰাইফলছ বেটেলিয়ন।

এই অনুশীলনৰ কালি শেষ দিন আছিল। পৰম্পৰাগত সামৰিক অনুশীলনৰ পিছত ভাৰতীয় জোৱানসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। মুষ্টিবদ্ধ হাত দুখন আকাশৰ ফালে দেখুৱাই উচ্চস্বৰত ‘ভাৰত মাতা কি জয়’ বুলি ধ্বনি দিয়ে সেনা বাহিনীৰ জোৱান সকলে।

ইয়াৰ পিছত বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলৰ কণ্ঠত ‘জয় বজৰংগবলী শ্লোগানে ইংলেণ্ডৰ মাটি কঁপাই তোলে।

Recent News

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

লুইছ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ অগ্ৰগতিত অসন্তুষ্ট ভবেন সন্দিকৈ

Sharad Pawar

শাৰদ পাৱাৰক হত্যাৰ ভাবুকি: সুৰক্ষাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী সিন্দেই

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

কাষলতি পৰা উলাই নেকি দুৰ্গন্ধ? সমাধানৰ বাবে পঢ়ি লওঁক এইটো লেখা

Sri Raghupati

চিনেমা কথা: শ্ৰী ৰঘুপতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd