• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলি আকাশৰ তলত কৃষক মুক্তিৰ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল

"ক’ৰ’নাৰ নামত নাটক চলি আছে" মন্ত্ৰী হিমন্তক ক্ষুৰধাৰ সমালোচনা ধৈৰ্যৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2020 5:48 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৭ মাহে কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আজি মুকলি আকাশৰ তললৈ আহে।

আজি বিয়লি প্ৰায় ৩:৪৫ বজাত GMCH ৰ পৰা মুক্তি দিয়া হয় দুয়োগৰাকী নেতাক।

Apply Now

দুয়োগৰাকীৰে শুকুৰবাৰে কোভিড-১৯ টেষ্ট কৰোৱা হৈছিল আৰু আজি ৰিজাল্ট নিগেটিভ অহাৰ পাছতে দুয়োকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

যিহেতু যোৱা শুকুৰবাৰে তেওঁলোক দুয়োগৰাকীকে NIA আদালতে জামিন মঞ্জুৰ কৰিছিল গতিকে তেওঁলোকক চিকিৎসালয়ৰ পৰা পোনে পোনে ঘৰলৈ যাব দিয়া হয়।

ইপিনে, জেইলৰ পৰা আহিয়েই দুগৰাকী নেতা বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ লগতে কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে।

“ফেচীবাদী বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বিজ সিঁচিছে। বিজেপিয়ে অসমীয়াক শেষ কৰিব বিচাৰিছে। আমি বিজেপি আৰু আৰএছএছক অসমৰ পৰা উভালি পঠিয়াব লাগিব।” বিজেপিৰ বিৰুদ্ধে এই তীৰ্যক মন্তব্য ধৈৰ্য কোঁৱৰৰ।

ইপিনে, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ধৈৰ্যই কয় “কৰ’ণাৰ নামত নাটক চলি আছে। এই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে।”

“মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভগৱান সজোৱা মানে নিজৰ হাতৰ কুঠা ভৰিত মৰা হ’ব। NIA-ৰ কামকাজ এতিয়া আৰএছএছৰ নিৰ্দেশত চলে।” ধৈৰ্যই লগতে কয়।

ইপিনে, কাৰাগাৰৰ পৰা ওলায়েই পুনৰ “কা” বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তিৰ বিতু সোণোৱালে।

এই আন্দোলনৰ দ্বাৰাই বিজেপিক ২০২১ত প্ৰতিহত কৰা হ’ব বুলি তেওঁ দাবী জনায়।

তেওঁ আৰু কয় “জে’লৰ পৰিস্থিতি এবাৰ আপোনালোকে চাই আহক। কাৰাগাৰত এতিয়াও ২০০-৩০০ লোক কভিড পজিটিভ হোৱাৰ পিছতো চিকিৎসা কৰা নাই। যদি কোনো কয়দীয়ে চিকিৎসা বিচাৰে তেতিয়া তেওঁলোকক জে’ল কৰ্তৃপক্ষই শাস্তি দিয়ে।”

বিতুৰ হুংকাৰ “অসমত ”কা” আন্দোলনৰ সময়ত ৫ গৰাকী শ্বহীদৰ তেজৰ মূল্য দিব লাগিব চৰকাৰে

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd