• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাকিস্তানৰ মন্ত্ৰীসভাত কাশ্মীৰী বিচ্ছিন্নতাবাদী নেতাৰ পত্নী! দায়িত্ব দিয়া হৈছে মানৱাধিকাৰ বিষয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2023 10:19 am
কাশ্মীৰৰ কাৰাবন্দী বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকৰ পত্নী মুছাল হুছেইন মালিক। ফটো: সংগ্ৰহীত।

কাশ্মীৰৰ কাৰাবন্দী বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকৰ পত্নী মুছাল হুছেইন মালিক। ফটো: সংগ্ৰহীত।

795
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ পূৰ্বে পাকিস্তানত গঠন কৰা হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। এই চৰকাৰে নিৰ্বাচন নোহোৱালৈকে দেশ চলাব। আনোৱাৰুল হক কাকাৰে যোৱা সপ্তাহত ৰাষ্ট্ৰপতি আৰিফ আলভিৰ বাসগৃহত এই তত্বাৱধায়ক চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিছিল। ১৮ জনীয়া মন্ত্ৰীসভাও গঠন কৰা হৈছে।

কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকৰ পত্নী মুছাল হুছেইন মালিকক এই চৰকাৰত স্থান দিয়া হৈছে। বাতৰি অনুসৰি, তেওঁক প্ৰধানমন্ত্ৰী আনোৱাৰুল হক কাকাৰৰ মানৱ অধিকাৰ আৰু মহিলা সৱলীকৰণৰ বিশেষ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।

লগতে পঢ়ক: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

অৱশ্যে ইয়াত কোনো আচৰিত হ’বলগীয়া কথা নাই। ২০০৯ চনত ইছলামবাদত য়াচিন মালিক আৰু মুছাল মালিকৰ বিবাহ হয়। এই বিয়াত পাকিস্তানৰ কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিছিল।

জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ কমাণ্ডাৰ ইয়াছিন মালিকে বৰ্তমান দিল্লীৰ তিহাৰ জেলত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে। সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ গুৰুতৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে তেওঁক।

পাকিস্তানৰ নিৰ্বাচন আয়োগে নতুন লোকপিয়লৰ ভিত্তিত সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণ কৰিব বিচাৰিছে। গতিকে পাকিস্তানৰ নির্বাচন অলপ পলম হ’ব৷ আয়োগৰ তথ্য অনুসৰি অহা ১৪ ডিচেম্বৰত নিৰ্বাচনী সমষ্টি পুনৰ সংগঠিত কৰাৰ কাম সম্পূৰ্ণ হ’ব। ইয়াৰ কমেও ৯০ দিন পূৰ্বে নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ কথা আছিল।

লগতে পঢ়ক: বিজেপিত অন্তৰ্ঘাত: আজি পদত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে! ক্ষুব্ধ মনোজৰাম ফুকনো

পৰিৱৰ্তিত পৰিস্থিতিত আৰ্থিক সংকটত ভুগি থকা পাকিস্তানত শাসন ব্যৱস্থা আৰু ক্ষমতাৰ মসৃণ পৰিৱৰ্তন নিশ্চিত কৰিবলৈ এই অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হৈছে। এই চৰকাৰত ১৬ জন পূৰ্ণ মন্ত্ৰী আৰু ৩ জন উপদেষ্টা ৰখা হৈছে।

Recent News

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

এই সকল লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি! জানক চিকিৎসকৰ পৰামৰ্শ

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

ননষ্টিক ৰন্ধন সামগ্ৰী কেইদিনমান ব্যৱহাৰ কৰাৰ পাছতে বেয়া হৈ পৰে! এইদৰে ৰাখিলে হৈ থাকিব ভাল

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

১৮ মাহৰ বিবাহ, ভৰণ-পোষণৰ বাবদ মহিলাৰ ১২ কোটি টকাৰ দাবীক নস্যাৎ উচ্চতম ন্যায়ালয়ৰ

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

মৰ্মান্তিক! ২৫টা ৰাস্তাৰ কুকুৰক গুলীয়াই হত্যা, ভাইৰেল ভিডিঅ’ দেখি স্তম্ভিত সকলো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd