• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত অন্তৰ্ঘাত: আজি পদত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে! ক্ষুব্ধ মনোজৰাম ফুকনো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2023 9:30 am
অসম বিজেপিৰ দুই জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই আৰু মনোজৰাম ফুকন। ফটো: সংগ্ৰহীত।

অসম বিজেপিৰ দুই জ্যেষ্ঠ নেতা ৰাজেন গোঁহাই আৰু মনোজৰাম ফুকন। ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ অনাকাংক্ষিত মৃত্যুৰ পাছত ৰাজ্যিক বিজেপিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। দলৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিস্ফোৰক পত্ৰৰ পাছত এইবাৰ দলটোৰ আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী  ৰাজেন গোহাঁইয়েও বিস্ফোৰণ ঘটাবলৈ সাজু হৈছে।

ৰাজ্যিক বিজেপিত ন-পুৰণিৰ সংঘাত তীব্ৰতৰ হৈ পৰাৰ সময়তে শুকুৰবাৰে পদত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে। সেই অনুসৰি, তেওঁক প্ৰদান কৰা কেবিনেট মৰ্যাদা ত্যাগ কৰিব গোঁহাইয়ে।

বাতৰি অনুসৰি, শুকুৰবাৰে দিনৰ ১বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজেন গোঁহাইয়ে তেওঁৰ পদত্যাগ পত্ৰ প্ৰদান কৰিব। তাৰ পিছতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰিব।

Apply Now

লগতে পঢ়ক: শিক্ষাবিদ তথা সক্রিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান

উল্লেখ্য যে অসমত বিজেপিত যোগদান কৰিও একাংশ তথাকথিত পাবতগজা নেতাই ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ তুলিছিল জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ কিছুমান কথা আৰু কামে দলটোৰ জ্যেষ্ঠ নেতাসকলক আঘাত দিয়া বুলিও অভিযোগ কৰিছিল ভট্টাচাৰ্যই। দলৰ বেয়া সময়ত বহু কষ্টেৰে দলক নেতৃত্ব দিয়া তেওঁৰ দৰে নেতাসকলক একাষৰীয়া কৰাৰ অভিযোগো তুলিছিল।

জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দৰেই এইবাৰ দলৰ আন এগৰাকী বয়োজ্যেষ্ঠ নেতা দলটোৰ প্ৰাক্তন উপ সভাপতি মনোজৰাম ফুকনেও একেই অভিযোগৰ আঙুলি টোৱাইছে। ৰাজ্যিক বিজেপিত এতিয়া একাংশই দলৰ সংবিধান ভৰিৰে মোহাৰিছে বুলিও অভিযোগ ফুকনৰ।

সিদ্ধাৰ্থ ভট্টাচাৰ্যক সম্পূৰ্ণ সমৰ্থন কৰি মনোজ ফুকনে কৈছে যে অসম বিজেপি আদৰ্শচ্যুত হৈছে। দলৰ জ্যেষ্ঠ নেতাসকলক কাৰোবাক বয়সৰ দোহাই দি অথবা আন অজুহাত দেখুৱাই একাষৰীয়া কৰা হৈছে। ফুকনে তেওঁক বয়সৰ দোহাই দি দায়িত্বৰ পৰা অঁতৰোৱা বুলি অভিযোগ কৰি প্ৰশ্ন কৰে-‘প্ৰধানমন্ত্ৰীৰ বয়স হোৱা নাই নেকি?’

লগতে পঢ়ক: জল সংকট : পানীৰ অভাৱত ভুগিছে বিশ্বৰ ২৫ খন দেশে

ফুকনে লগতে বিজেপিত দলবিৰোধী কাৰ্যকলাপত লিপ্ত হৈও মন্ত্ৰী অশোক সিংঘালৰ দৰে নেতাই দলৰ পৰা পুৰস্কাৰহে পালে বুলি কটাক্ষ কৰে৷ তেওঁৰ স্পষ্ট অভিযোগ যে দলত এতিয়া ছিণ্ডিকেট, ধৰ্ষণকাৰী আদিৰহে দপদপনি বাঢ়িছে ৷

এতিয়া শুকুৰবাৰে ৰাজ্যন গোঁহাইয়ে পদত্যাগ কৰি সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰে তাক লৈ সকলোৱে অপেক্ষা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

APSC ৰ প্ৰাৰম্ভিক পৰীক্ষা: ১৫টা পৰীক্ষা কেন্দ্ৰৰ আশে-পাশে নিষেধাজ্ঞা আৰোপ গুৱাহাটী আৰক্ষীৰ

July 2, 2026 5:08 pm
সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এআইৰ ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ সকীয়নি: ন্যায়িক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীলতাক বিপদজনক আখ্যা

July 2, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd