• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দিল্লীৰ বিস্ফোৰণত নাম সাঙোৰ খাইছে জইছ-ই-মহম্মদৰ : চিনাক্ত হৈছে ‘মহিলা ব্ৰিগেড’ৰ মুৰব্বী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2025 3:00 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ শেহতীয়া বিস্ফোৰণৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ (JeM) মহিলা ব্ৰিগেডৰ ভাৰতীয় মুৰব্বীক চিনাক্ত কৰিছে আৰক্ষীয়ে। বিশেষ সূত্ৰ অনুসৰি, এই মহিলা মুৰব্বীগৰাকী এগৰাকী চিকিৎসক, যাক ইতিমধ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁৰ পৰিচয় পোহৰলৈ আহিছে এতিয়াহে।

ঘটনাটোৰ সূত্ৰপাত হৈছিল ১৯ অক্টোবৰত। কাশ্মীৰত হিংসা বিয়পাবলৈ এক বিশেষ গোট সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। শ্ৰীনগৰৰ দেৱালত জইছ-ই-মহম্মদৰ সমৰ্থনত পোষ্টাৰ ওলমোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক আদিল আহমেদ ৰাডাৰক।

Apply Now

আদিলক জেৰা কৰাৰ পিছত আৰক্ষীয়ে আন এজন চিকিৎসকৰ সন্ধান পায় – তেওঁ হ’ল মুজাম্মিল আহমেদ। পুলৱামাৰ মুজাম্মিলে হাৰিয়ানাৰ ফৰিদাবাদৰ এখন চিকিৎসালয়ত কাম কৰি আছিল। অভিযোগ অনুসৰি, আদিলে তেওঁৰ সহায়ত কাশ্মীৰলৈ ৩৬০ কেজি বিস্ফোৰক আৰু অস্ত্ৰ-শস্ত্ৰ আনিছিল। সোমবাৰে ফৰিদাবাদত মুজাম্মিল থকা ঘৰটোৰ পৰাই এই বিপুল পৰিমাণৰ বিস্ফোৰক বা R D X উদ্ধাৰ কৰা হয়।

মুজাম্মিলৰ লগতে আৰক্ষীয়ে আন এগৰাকী মহিলা চিকিৎসককো গ্ৰেপ্তাৰ কৰে, যাৰ নাম শ্বাহীন শ্বাহিদ।

সূত্ৰ অনুসৰি, এই শ্বাহীন শ্বাহিদেই হৈছে জইছ-ই-মহম্মদৰ মহিলা ব্ৰিগেড ‘জামাত-উল-মমিনাত’ৰ ভাৰতীয় শাখাৰ মুৰব্বী। এই মহিলা ব্ৰিগেড গঠনৰ কথা জইছ-ই-মহম্মদে প্ৰায় এমাহ পূৰ্বে ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে জইছ-ই-মহম্মদৰ মূল মহিলা ব্ৰিগেডৰ মুৰব্বী হৈছে সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ ভগ্নী। সেয়েহে, আৰক্ষীয়ে শ্বাহীনৰ সৈতে আজহাৰৰ পৰিয়ালৰ সম্পৰ্ক নুই কৰিব পৰা নাই।

ফৰিদাবাদত গ্ৰেপ্তাৰ হোৱা চিকিৎসক মুজাম্মিল আহমেদৰ সৈতে পুলৱামাৰ আন এজন চিকিৎসক উমৰ নবীৰ সম্পৰ্ক আছে। আৰক্ষীৰ সূত্ৰ মতে, দিল্লীত ‘বিস্ফোৰণ হোৱা’ গাড়ীখনত উমৰ নবী আছিল আৰু তেওঁৰ ছবি চিচিটিভি ফুটেজতো বন্দী হৈছে।

সেয়েহে, আৰক্ষীয়ে এতিয়া এই বিষয়টো লৈ চিন্তিত হৈ পৰিছে যে মুজাম্মিলক গ্ৰেপ্তাৰ কৰাৰ পিছত উমৰ নবী আৰু তেওঁৰ সহযোগীসকলে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰিছিল নেকি। এই ফৰিদাবাদৰ “লিংক” দিল্লী বিস্ফোৰণৰ আঁৰত থকাৰ সম্ভাৱনীয়তাই তদন্তৰ গতি সলনি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd