• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন কথা নহয়, ২০০৯ৰ পৰা কিমান ভাৰতীয়ক ঘূৰাই পঠিয়ালে আমেৰিকাই? জনালে জয়শংকৰে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 6, 2025 8:24 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজনকাৰীক ভৰিত শিকলি বা হাতত হেণ্ডকাফ লগাই ভাৰতলৈ ঘূৰাই পঠোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। সমগ্ৰ বিষয়টোক ‘অমানৱীয়’ আখ্যা দি কংগ্ৰেছে সৰৱ হৈ পৰিছে। এই বিষয়ক লৈ সংসদ উত্তাল হৈ পৰে। বিৰোধীৰ প্ৰতিবাদৰ সন্মুখত অৱশেষত মুখ খুলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে।

ৰাজ্যসভাত তেওঁ কয় যে, “আমেৰিকাৰ পৰা অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰাটো নতুন কথা নহয়। ২০০৯ চনৰ পৰাই এনে হৈ আহিছে।”

Apply Now

বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে আশ্বাস দিয়ে যে, “ভাৰতে আমেৰিকা চৰকাৰৰ সৈতে অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱাৰ বিষয়ে কথা পাতিব। নতুন দিল্লীয়ে এই কথা ৱাশ্বিংটনলৈ প্ৰেৰণ কৰিব যাতে তেওঁলোকৰ লগত দুৰ্ব্যৱহাৰ নহয়।”

এছ জয়শংকৰে কয়, “আইনী প্ৰব্ৰজনক উৎসাহিত কৰাটো আমাৰ পাৰস্পৰিক স্বাৰ্থমুখী। অৱশ্যে অবৈধ মানৱ সৰবৰাহ কেতিয়াও ন্যায্য নহয়। সাধাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিওৱাটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ এক মৌলিক নীতি।”

বৈদেশিক মন্ত্ৰীগৰাকীয়ে লগতে সকীয়াই দিয়ে যে “বিদেশত মানৱ সৰবৰাহৰ সৈতে আইনীভাৱে জড়িত দালাল আৰু দালাল প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ঘূৰি অহাসকলৰ পৰা তথ্য সংগ্ৰহ কৰা হ’ব আৰু অভিযুক্ত দালালসকলৰ বিৰুদ্ধে আদৰ্শগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

আমেৰিকাৰ নিয়মৰ উদ্ধৃতি দি এছ জয়শংকৰে কয় যে, “হেণ্ডকাফ লগোৱাটো আমেৰিকাৰ নিয়ম। কিন্তু মহিলা আৰু শিশুক হেণ্ডকাফ লগোৱা হোৱা নাছিল। বাকীসকলকো শৌচাগাৰলৈ যোৱাৰ সময়ত হেণ্ডকাফ খুলি দিয়া হৈছিল।”

জয়শংকৰৰ ভাষণৰ মাজতে এজন কংগ্ৰেছৰ সাংসদে জানিব বিচাৰিছিল, “১০৪ জন অবৈধ ভাৰতীয়ক হেণ্ডকাফ আৰু শিকলি বান্ধি আমেৰিকাৰ পৰা ঘূৰাই পঠিওৱা হৈছে। চৰকাৰে এই কথা জানিছিল নেকি? ৪০ ঘণ্টীয়া দীঘলীয়া যাত্ৰাত বিমানখনত মহিলা আৰু শিশু থকাৰ পিছতো মাত্ৰ এটা শৌচাগাৰ আছিল। এই সন্দৰ্ভত চৰকাৰৰ বক্তব্য কি?”

ইয়াৰ উত্তৰত জয়শংকৰে ২০০৯ চনৰ পৰা আমেৰিকাই অবৈধ ভাৰতীয়ক ঘূৰাই অনাৰ পৰিসংখ্যা দাখিল কৰে। তেওঁ কয় যে ২০০৯ চনত আমেৰিকাই ৭৩৪ জন লোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে বিতাড়িত কৰিছিল। ২০২৪ চনত ১৩৬৮ জন, ২০২৫ চনত সেই সংখ্যা এতিয়া ১০৪ জন। তেওঁ জনায় যে ২০০৯ চনৰ পৰা এতিয়ালৈকে ১৫,৭৫৬জন অবৈধ ভাৰতীয়ক আমেৰিকাই ঘূৰাই পঠিয়াইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd