DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম গ্ৰন্থমেলাত ‘জলদ গম্ভীৰ’ৰ আত্মপ্ৰকাশ

কবি আৰু লেখিকা দীপালি দুৱৰাৰ আগৰ কবিতাপুথিখন আছিল 'নিদ্ৰাহীন মোৰ নীল গৰখীয়া'। ব্যক্তিগত জীৱনৰ উপলব্ধি, সম্পৰ্ক আৰু ব্যক্তিৰ জটিলতা আদিৰে সংপৃক্ত 'জলদ গম্ভীৰ' দুৱৰাৰ প্ৰথমখন উপন্যাস।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2023 3:54 pm
78
VIEWS
Share on FacebookShare on Twitter

 

নতুন বছৰৰ আৰম্ভণিৰ দিনটোত ভাল লগা খবৰ বহুত থাকে। এইখিনি সময়তে গুৱাহাটীত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ প্ৰাংগনত গ্ৰন্থৰসিকৰ প্ৰয়োভৰে আনে নতুন সংবাদ। প্ৰতিস্থিত লেখকৰ লগতে নতুন প্ৰজন্মৰ ন ন লেখক-লেখিকাৰ আত্মপ্ৰকাশৰ সময় এয়া।

আজি ১ জানুৱাৰী তাৰিখে অসম গ্ৰন্থমেলা প্ৰাংগনত জে এছ পাব্লিকেছনৰ বিপনীত এটা অনুষ্টুপীয়া অনুষ্ঠানত দীপালি দুৱৰাৰ উপন্যাস ‘জলদ গম্ভীৰ’ৰ উন্মোচন হয়। অনুষ্ঠানত উপস্থিত থাকে শিল্পী-লেখক সমুদ্ৰ কাজল শইকীয়া নাট্যশিল্পী হিল্লোল কুমাৰ পাঠক, কবি কোকিল শইকীয়া, শিল্পী ময়ূৰ ৰাজবংশী আদি।

কবি আৰু লেখিকা দীপালি দুৱৰাৰ আগৰ কবিতাপুথিখন আছিল ‘নিদ্ৰাহীন মোৰ নীল গৰখীয়া’। ব্যক্তিগত জীৱনৰ উপলব্ধি, সম্পৰ্ক আৰু ব্যক্তিৰ জটিলতা আদিৰে সংপৃক্ত ‘জলদ গম্ভীৰ’ দুৱৰাৰ প্ৰথমখন উপন্যাস। প্ৰকাশক প্ৰণৱ হাজৰিকা আৰু গ্ৰন্থানুৰাগী নাৰায়ণ গগৈ, ধনশ্ৰী কলিতা আদিৰ উপস্থিতিত প্ৰকাশ পোৱা এই উপন্যাসখনে নিশ্চিতভাৱে পাঠকৰ সঁ‌হাৰি লাভ কৰিব।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd