DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত আৰক্ষী বিষয়া: খেতিপথাৰত উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2022 8:01 pm
Jammu Kashmir cop killed
113
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰত অব্যাহত আছে অশান্তজৰ্জৰ পৰিস্থিতিৰ। উপত্যকাটোত ধাৰাবাহিকভাৱে সেনা-আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সমানে সন্ত্ৰাসবাদী গোটসমূহৰ কাৰ্যকলাপো বৃদ্ধি পাইছে।

শেহতীয়া কিছুদিন ধৰি কেইবাগৰাকীও অসামৰিক লোকক হত্যা কৰাৰ পাছত এইবাৰ উপত্যকাটোত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী আৰক্ষী বিষয়াই।

আজি জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সন্ত্ৰাসবাদীয়ে এজন আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰে। নিহত আৰক্ষী বিষয়া জনৰ মৃতদেহ চাম্বোৰাৰ ধানখেতিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে।

নিহত বিষয়া গৰাকীক ফাৰুক আহমেদ মীৰ বুলি চিনাক্ত কৰা হৈছে। মীৰ আৰক্ষীৰ উপ-পৰিদৰ্শক পদত কাৰ্যনিৰ্বাহ কৰি আছিল।

জানিব পৰা মতে যোৱা নিশা পাম্পোৰ অঞ্চলত ফাৰুক আহমেদ মীৰৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

উল্লেখ্য যে মীৰক চিটিচি লেথপোৰাত আইআৰপি ২৩ তম বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। হত্যাকাণ্ডৰ পিছত মৃতদেহ উদ্ধাৰৰ সময়ত মীৰৰ হৃদযন্ত্ৰৰ ওচৰত এটা গুলীৰ আঘাত পোৱা গৈছিল।

প্ৰাথমিক অনুসন্ধানত পোৱা তথ্য অনুসৰি মীৰ কালি সন্ধিয়া তেওঁৰ ধানখেতিত কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। খেতিত থকাৰ সময়তে তেওঁক গুলীয়াই হত্যা কৰা হৈছিল।

অৱশ্যে মীৰৰ হত্যাকাণ্ডত কোন সন্ত্ৰাসবাদী সংগঠন জড়িত হৈ আছে এই বিষয়ে কোনো তথ্য লাভ কৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Recent News

দুখন দেশ – দুটা ৰায়

দুখন দেশ – দুটা ৰায়

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

মটৰ চাইকেল চোৰৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ তিনি চোৰ

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Cyber crime এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট জিলা উপায়ুক্ত,ভুৱা ম’বাইল নম্বৰত উপায়ুক্তৰ ফটো ব্যৱহাৰ কৰি প্ৰৱঞ্চকৰ জাল

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Chicago attack দুৰ্বৃত্তৰ গুলীচালনাত কঁপি উঠিল চিকাগো:৬ জন নিহত, ৩৬ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd