• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘জম্মু-কাশ্মীৰ ভাৰতৰ অভ্যন্তৰীণ বিষয়’, বিদেশত পাকিস্তানক ধমক গৌৰৱ গগৈৰ

কলম্বোত অনুষ্ঠিত শিশুসকলৰ অধিকাৰ বিষয়ক য়ুনিচেফৰ দক্ষিণ এছিয়াৰ সাংসদসকলৰ সন্মিলনত গগৈয়ে পাকিস্তান তীব্ৰ সমালোচনা কৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2019 1:30 pm
Gaurav Gogoi

গৌৰৱ গগৈ। ফাইল ফটো।

1.4k
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি কৰি থকা পাকিস্তানক পুনৰ এবাৰ সকিয়ালে ভাৰতে। শাসকীয় দলৰ নেতাৰ বিপৰীতে এইবাৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানক জম্মু-কাশ্মীৰ ভাৰতৰ অভ্যন্তৰীণ বিষয় বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে যোৱা ২ ছেপ্তেম্বৰত কলম্বোত অনুষ্ঠিত শিশুসকলৰ অধিকাৰ বিষয়ক য়ুনিচেফৰ দক্ষিণ এছিয়াৰ সাংসদসকলৰ সন্মিলনতে সাংসদ গগৈয়ে এই মন্তব্য কৰে।

সাংসদ গগৈয়ে নিজৰ ফে’চবুকত শ্বেয়াৰ কৰা এটা ভিডিঅ’ প’ষ্টৰ জৰিয়তে কয় যে ভাৰতৰ বক্তব্য শেষ হোৱাৰ পাছতে পাকিস্তানী প্ৰতিনিধিয়ে জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰিছিল। আৰু তেতিয়াই তেওঁলোকক কাশ্মীৰ প্ৰসংগত বিদেশীক হস্তক্ষেপৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্টকৈ কোৱা হয়।

ইয়াৰ উপৰি গগৈ আৰু আনজন প্ৰতিনিধি বিজেপিৰ সাংসদ সঞ্জয় জয়ছোৱালে পাকিস্তানক ভাৰতৰ কথা চিন্তা কৰিব বাদ দি নিজৰ অভ্যন্তৰীণ বিষয়ত নজৰ ৰাখিবলৈ আহ্বান জনায়।

অসমৰ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈয়ে সন্মিলনখনত পাকিস্তানৰ প্ৰতিনিধি দলটোক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায়।

নিজৰ ফে’চবুকত শ্বেয়াৰ কৰা ভিডিঅ’টোত সাংসদজনে পাকিস্তানৰ প্ৰতিনিধি দলটোক নিজৰ দেশত সংখ্যালঘুসকলৰ অৱস্থা তথা মানৱ অধিকাৰ উলংঘনৰ বিষয়েও সোঁৱৰাই দিয়া দেখা যায়।

উল্লেখ্য যে পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয়টো বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উপস্থাপন কৰি আহিছে যদিও প্ৰতিবাৰেই এনেদৰে মুখঠেকেচা খাব লগীয়া হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd