• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“বিশ্ব বেংকৰ পৰা লোৱা ঋণৰ টকাৰে নিৰ্বাচন খেলিছে নীতিশ-জোঁটে!” বিস্ফোৰক দাবী জন সুৰজৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 2:18 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধানসভা নিৰ্বাচনত গেৰুৱা ধুমুহাই উৰুৱাই নিলে বিৰোধীক। প্ৰাক্তন নিৰ্বাচন ৰণ কুশলী প্ৰশান্ত কিশোৰৰ দলটোৱে একাউণ্টো খুলিব নোৱাৰিলে। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত জন সুৰজে নীতিশ-বিজেপি জোঁটৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জন সুৰজ দলৰ ৰাষ্ট্ৰীয় সভাপতি উদয় সিঙে দাবী কৰে যে, “বিহাৰ নিৰ্বাচনত বিশ্ব বেংকৰ ১৪ হাজাৰ কোটি টকা ব্যৱহাৰ কৰা হৈছিল”!

Apply Now

প্ৰশান্ত কিশোৰৰ দলটোৱে অভিযোগ কৰে যে শাসকীয় মিত্ৰজোঁটে সেই ধন দান-বৰঙণিত খৰচ কৰিছিল। উদয় সিঙে লগতে কয়, “জুনৰ পৰা নিৰ্বাচন ঘোষণা পৰ্যন্ত নীতিশ কুমাৰ চৰকাৰে ৰাইজৰ ধনেৰে ৰাইজৰ ভোট “ক্ৰয়” কৰিবলৈ ৪০ হাজাৰ কোটি টকা খৰচ কৰিছে।”

উল্লেখযোগ্য যে ২০২৫ চনৰ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে প্ৰায় ১.৫ কোটি মহিলাৰ একাউণ্টত ১০ হাজাৰ টকাকৈ দি নীতিশ কুমাৰে ‘খেল’ ঘুৰাইছে। তেজস্বীৰ মৌখিক প্ৰতিশ্ৰুতিৰ সলনি বিহাৰৰ মহিলা আৰু ৰাইজে হাতত ‘খমখমীয়া’ টকা বাছি লৈছিল।

মুখ্যমন্ত্ৰীৰ মহিলা ৰোজগাৰ যোজনাৰ অধীনত নীতিশৰ এই ‘দান’ বাস্তৱিকতে বিহাৰ নিৰ্বাচনত ‘ওস্তাদৰ মাৰ শেষ ৰাতি’ বুলি প্ৰমাণিত হৈছে। এই কথাটোক উদাহৰণ হিচাপে লৈ জন সুৰজে কয়, “নিৰ্বাচনৰ এদিন আগতেও আৰ্হি আচৰণ বিধি উলংঘা কৰি মানুহক ধন দিয়া হৈছে! এইটো সম্ভৱতঃ প্ৰথমবাৰৰ বাবে।”

বিহাৰৰ ৰাইজৰ এই ৰায়দানৰ কাৰণ হৈছে ‘জংগলৰাজ’ ঘূৰি অহাৰ আশংকা।

জন সুৰজ দলৰ ৰাষ্ট্ৰীয় সভাপতি উদয় সিঙেও দাবী কৰে যে, “জংগল ৰাজ ঘূৰি অহাৰ ভয়ত জন সুৰজৰ ভোটাৰে এন ডি এক ভোট দিছিল”।

উদয় সিঙৰ সহযোগী পৱন ভাৰ্মাইও একে অভিযোগ উত্থাপন কৰি কয় যে বিশ্ব বেংকৰ ২১ হাজাৰ কোটি টকাৰ পুঁজিৰ পৰা ধন ডাইভাৰ্ট কৰি বিহাৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল।

সংবাদ সংস্থাৰ আগত তেওঁ কয়, “বৰ্তমান বিহাৰত চৰকাৰী ঋণ ৪,০৬,০০০ কোটি টকা। সুত প্ৰতিদিনে ৬৩ কোটি টকা। কোষাগাৰ খালী। আমাৰ হাতত তথ্য আছে, যিটো ভুলো হ’ব পাৰে, যে ৰাজ্যৰ মহিলাক দিয়া ১০ হাজাৰ টকা বিশ্ব বেংকৰ পৰা আন কোনো প্ৰকল্পৰ বাবে অহা ২১,০০০ কোটি টকাৰ পৰা দিয়া হৈছিল। নিৰ্বাচনৰ বাবে আচৰণ বিধি জাৰি কৰাৰ এঘণ্টা আগতে ১৪ হাজাৰ কোটি টকা উলিয়াই ৰাজ্যখনৰ ১.২৫ কোটি মহিলাৰ মাজত বিতৰণ কৰা হৈছিল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

দিল্লীৰ প্ৰতিবাদৰ সময়ত মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা কৰ্তনক লৈ আদালত অৱমাননাৰ গোচৰ: সৰ্বোচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰি শপতনামা দাখিল গৃহ সচিব গোবিন্দ মোহনৰ

October 15, 2026 3:19 pm
উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

উচ্চতম ন্যায়ালয় অভিমুখে উলিওৱা সমদলক লৈ কিয় জাননী জাৰি কৰা হ’ল ৰাহুল গান্ধী আৰু অখিলেশ যাদৱলৈ?

October 15, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd