DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব স্বাস্থ্য সংস্থা নহয় চীন স্বাস্থ্য সংস্থা নামকৰণ কৰক; ক’ৰ’না ভাইৰাছক লৈ জাপানৰ সমালোচনা বিশ্ব স্বাস্থ্য সংস্থাক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 11:42 am
WHO
47.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ মহামাৰীয়ে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰি থকাৰ সময়ত জাপানৰ উপ-প্ৰধান মন্ত্ৰী আছ’ টাৰোই বিশ্ব স্বাস্থ্য সংস্থাৰ সমালোচনাত মুখৰ হৈ পৰিছে।

ক’ৰ’না ভাইৰাছৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষ লোৱা বুলি অভিযোগ কৰি টাৰোই বিশ্ব স্বাস্থ্য সংস্থাক চীনা স্বাস্থ্য সংস্থা বুলি পুনৰ নামাকৰণ কৰিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে।

জাপানৰ সংসদত দিয়া এক ভাষণত এনেদৰে উপ-প্ৰধান মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰা কাৰ্য্যই এতিয়া সমগ্ৰ বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আনহাতে, তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য সচিৱ ট্ৰেদ্ৰোছ আধান’মৰো পদত্যাগৰ দাবী তোলে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ বাবে জাপানে ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২১ চনলৈ পিছুৱাবলৈ বাধ্য হয়।

জাপানে অলিম্পিকৰ বাবে বৰ্তমানলৈ ৩৫ ট্ৰিলিয়ন য়েন(১২.৩৫ ডলাৰ) বিনিয়োগ কৰিছে।

জাপানত বৰ্তমানলৈ ২৫,০০০-ৰো অধিক ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে যাৰ ভিতৰত ৬৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াৰপূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ পক্ষ লোৱা বুলি সমালোচনা কৰিছিল।

Recent News

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd