• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন জুৰাচিক ৱৰ্ল্ডৰ সন্ধান! হঠাতে আৱিস্কাৰ হ’ল ৭,০০০ দ্বীপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2023 6:36 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

221
VIEWS
Share on FacebookShare on Twitter

উপগ্ৰহ প্ৰযুক্তিৰ যুগতো এইটো এটা আচৰিত ঘটনা। হলিউডী চিনেমাৰ দৰে হঠাতে ৭,০০০ দ্বীপৰ সন্ধান পোৱা গৈছে। বাতৰি অনুসৰি, জাপানে এখন নতুন ‘জুৰাচিক ৱৰ্ল্ড’ আৱিস্কাৰ কৰিছে।

বাতৰি অনুসৰি, জাপানে শেহতীয়াকৈ ইয়াৰ ভৌগোলিক এলেকাত ৭,০০০ নতুন দ্বীপ আৱিষ্কাৰ কৰিছে। দেশৰ ভূ-স্থানিক তথ্য কৰ্তৃপক্ষই ডিজিটেল মেপিঙৰ জৰিয়তে এই নতুন দ্বীপসমূহ আৱিষ্কাৰ কৰিছে। ফলস্বৰূপে, জাপানত মুঠ দ্বীপৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাই ১৪,১২৫ টা হৈছে।

১৯৮৭ চনত জাপানৰ উপকূলৰক্ষী বাহিনীৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে দেশখনত মুঠ দ্বীপৰ সংখ্যা হৈছে ৬,৮৫২ টা। এতিয়ালৈকে সেই সংখ্যাটোৱে আনুষ্ঠানিকভাৱে স্বীকৃত আছিল।

উল্লেখ্য যে দ্বীপ চিনাক্ত কৰিবলৈ কোনো নিৰ্দিষ্ট আন্তৰ্জাতিক নিয়ম বা চুক্তি নাই। সেয়েহে, নতুন দ্বীপ বিচাৰিবলৈ ৩৫ বছৰ আগৰ পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এই পদ্ধতিত সাগৰত নিম্নতম ১০০ মিটাৰ পৰিধি থকা যিকোনো প্ৰাকৃতিক ভূমিখণ্ডক দ্বীপ হিচাপে স্বীকৃতি দিয়া হয়।

এনেদৰে, জাপানে ৭,০০০ নতুন দ্বীপ আৱিষ্কাৰ কৰিছে। ধাৰণা কৰা হৈছে যে মানুহে এতিয়াও এই দ্বীপবোৰত ভৰি দিয়া নাই। তাত নতুন প্ৰকাৰৰ জীৱ-জন্তু বা আদিম মানুহ বিচাৰি পোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

ইপিনে, ভৌগোলিক সীমাৰ এই বৃদ্ধিয়ে জাপানৰ বাবে নতুন সমস্যাৰ সৃষ্টি কৰিছে। ইতিমধ্যে চীন, ৰাছিয়া আৰু দক্ষিণ কোৰিয়াকে ধৰি কেইবাখনো দেশৰ সৈতে টকিঅ’ৰ সীমান্ত বিবাদ আছে।

জাপানে ৰাছিয়াৰ নিয়ন্ত্ৰনাধীন কুৰিল দ্বীপপুঞ্জৰ কিছু অংশনিজৰ বুলি দাবী কৰে। বিতৰ্কিত চেংকাকু দ্বীপপুঞ্জক লৈ চীনৰ সৈতে জাপানৰ বিবাদ আছে। যোৱা বছৰ দুখন চীনা যুদ্ধজাহাজ দ্বীপসমূহত প্ৰৱেশ কৰিছিল। ফলস্বৰূপে, দুয়োখন দেশৰ মাজত পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

Recent News

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd