DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টকিঅ’ৰ লগতে জাপানৰ তিনিখন চহৰত বৃদ্ধি কৰা হ’ল জৰুৰীকালীন অৱস্থাৰ সময়, অনিশ্চয়তাত অলিম্পিক

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 3:18 pm
japa
278
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ সংহাৰে দিশহাৰা কৰা জাপানত আজি দেশখনৰ চৰকাৰে জাপানকে ধৰি ইয়াৰ কাষৰীয়া তিনি খন চহৰত জৰুৰীকালীন অৱস্থৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰা হয়।

অহা ১১ মে’ পৰ্যন্ত উক্ত চহৰ কেইখনত জৰুৰীকালীন অৱস্থা পূৰ্বে ঘোষণা কৰা হৈছিল যদিও শেহতীয়া ক’ৰ’না পৰকিস্থিতিলৈ চাই সমগ্ৰ নে’ মাহ জুৰি টকিঅ’ আৰু ইয়াৰ কাষৰীয়া চহৰ তিনিখনত জৰুৰীকালীন অৱস্থা বাহাল থাকিব বুলি ঘোষণা কৰা হয়।

আজি জাপানৰ প্ৰধানমন্ত্ৰী ইয়োচিদিদো ছুগাই এই ঘোষণা কৰি কয় যে ক’ৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ ফলত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২১ অনুষ্ঠিত হোৱাৰ বিষয়ত পুনৰ অনিশ্চয়তাই দেখা দিলে।২৩ জুলাইৰ দিনা টকিঅ’ অলিম্পিকৰ শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল।

উল্লেখ্য জাপানত এতিয়া ক’ৰ’নাৰ চতুৰ্থ ঢৌৱে সংহাৰৰ সৃষ্টি কৰিছে। দেশ খনৰ ৰাজধানী টকিঅ’ আৰু ইয়াৰ কাষৰীয়া ওচাকা চহৰত ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই জাপানৰ স্থানীয় লোকসকলেও অলিম্পিক অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি আহিছে।

বিশেষকৈ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ অহা বিদেশী খেলুৱৈ আৰু দৰ্শকৰ পৰা ক’ৰ’না অধিক হাৰত বিয়পি পৰাৰ আশংকা কৰা হৈছে।

জাপানৰ চৰকাৰে অলিম্পিকত বিদেশী খেলুৱৈৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব বুলিও পূৰ্বে ঘোষণা কৰিছিল।

কিন্তু বিদেশী খেলুৱৈ অবিহনে অলিম্পিকৰ কোনো অৰ্থ নাথাকিব বুলিও বহুতে আপত্তি কৰিছিল।

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd