• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীন, আমেৰিকাক প্ৰত্যাহ্বান জনাই জাপানে নিৰ্মাণ কৰিব ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 8:08 am
japan 22
5.4k
VIEWS
Share on FacebookShare on Twitter

 

বিগত প্ৰায় তিনিটা দশক ধৰি বিদেশৰ মাটিত যুদ্ধ নকৰা জাপানে শেহতীয়া কৈ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সামৰিক ক্ষেত্ৰ খনত নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিছে।

দক্ষিণ চীন সাগৰক লৈ জাপানৰ সৈতে সংঘাতত লিপ্ত হৈ অহা চীনে ষ্টিল্থ যুদ্ধ বিমান j-20 সাজি উলিওৱাৰ সময়তে জাপানেও সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে ষ্টিল্থ যুদ্ধ বিমান নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

সেই মৰ্মে ২০৩১ চনৰ ভিতৰত জাপানে নিৰ্মাণ কৰিব ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমান।

এই যুদ্ধ বিমান চীন বা আমেৰিকাতকৈ কোনো গুণে পিছপৰা নহ’ব বুলি জাপানৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এন এইছ কেই প্ৰকাশ কৰিছে।

ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমানে জাপানৰ বৰ্তমান প্ৰচলিত চতুৰ্থ প্ৰজন্মৰ যুদ্ধ বিমান 100F-2 Jet ৰ ঠাই দখল কৰিব। আমেৰিকাই শেহতীয়াকৈ F-35 বিমান ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে জাপানেও দেশখনৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ বাবে ঘৰুৱা প্ৰযুক্তিৰে যুদ্ধ বিমান নিৰ্মাণৰ কথা চিন্তা কৰে।

জাপানে ২০২০ চনৰ সামৰিক বাজেটত ধাৰ্য কৰিছে ২৬১ নিযুত মাৰ্কিন ডলাৰ।

আন  দেশৰ পৰা আহিব পৰা সামৰিক প্ৰত্যাহ্বানৰ কথা জাপানে সৌসিদিনালৈ ভৱা নাছিল যদিও এতিয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd