• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীঘ্ৰেই প্ৰধান মন্ত্ৰী পদ এৰিব জাপানৰ প্ৰধান মন্ত্ৰী চিনজ’ এবেই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2020 1:09 pm
318
VIEWS
Share on FacebookShare on Twitter

শাৰিৰীক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি জাপানৰ প্ৰধান মন্ত্ৰী চিনজ’ এবেই শীঘ্ৰেই প্ৰধান মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব।

দীৰ্ঘদিনৰ পৰা বেমাৰত ভুগি থকা এবেই অতি শীঘ্ৰে আনুষ্ঠানিকভাৱে প্ৰধান মন্ত্ৰী পদ এৰিব বুলি ৰাজহুৱা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, প্ৰধান মন্ত্ৰী গৰাকীক যোৱা সপ্তাহত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰিব লগীয়া হৈছিল।

জাপানৰ এন এচ কে টেলিভিশ্যনৰ লগতে আন আন মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি প্ৰধান মন্ত্ৰী চিনজ’ এবেই নিজৰ শাৰিৰীক অসুস্থতাৰ কথা দোহাৰি নিজৰ পদ এৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।

অৱশ্যে এই খবৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰী কাৰ্যালয়ে এতিয়াও কোনো নিশ্চয়তা প্ৰদান কৰা নাই।

ইয়াৰ পূৰ্বে এবেয়ে নিজৰ প্ৰথম কাৰ্যকালত অৰ্থাৎ ২০০৭ চনত শাৰিৰীক অসুস্থতাৰ বাবে হঠাৎ প্ৰধান মন্ত্ৰীৰ পদ এৰিছিল।

উল্লেখ্য যে যোৱা সোমবাৰে প্ৰধান মন্ত্ৰী হিচাপে চিনজ’ এবেই ৮ বছৰ সম্পূৰ্ণ কৰিছে।

ইফালে জাপানৰ শাসনাধিষ্ঠ দলে প্ৰকাশ কৰা মতে প্ৰধান মন্ত্ৰী চিনজ’ এবেইৰ শাৰিৰীক অৱস্থা উন্নত হ’বলৈ ধৰিছে। প্ৰধান মন্ত্ৰীৰ পদত্যাগৰ কথা কেৱল একমাত্ৰ ভুৱা প্ৰচাৰ বুলিহে মন্তব্য কৰে।

২০২১ত চিনজ’ এবেইৰ কাৰ্যকাল সম্পূৰ্ণ হ’ব।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd