• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাপানৰ যুৱক-যুৱতীসকলে অধিক সুৰা পান কৰাটো বিচাৰে দেশ খনৰ চৰকাৰে! কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 19, 2022 5:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাপানৰ চৰকাৰ এতিয়া এক অস্বাভাৱিক সমস্যাৰ সন্মুখীন হৈছে৷ সমস্যা্যো হৈছে দেশ খনৰ যুৱক-যুৱতীসকলে পৰ্যাপ্ত সুৰাপান কৰা নাই। কোভিড মহামাৰী আৰম্ভ হোৱাৰ পৰা, দেশ খনৰ বাৰ আৰু সুৰা বিক্ৰী কৰা অন্যান্য বিপনীসমূহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে৷

যাৰ ফলত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ খনত সুৰাৰ পৰা লাভ কৰা কৰ হ্ৰাস পাইছে। সেয়ে জাপানৰ চৰকাৰ যুৱক-যুৱতীসকলে অধিক সুৰা পান কৰাটো বিচাৰিছে৷ কিন্তু নানান কৌশল প্ৰয়োগ কৰিও এইক্ষেত্ৰত সফল হ’ব পৰা নাই চৰকাৰ৷ যুৱ সমাজক অধিক সুৰাপান কৰিবলৈ উৎসাহিত কৰাৰ বাবে নতুন উপায় বিচাৰি চৰকাৰে এটা প্ৰতিযোগিতা আৰম্ভ কৰিছে।

Apply Now

ৰাষ্ট্ৰীয় কৰ সংস্থাৰ তত্বাৱধান পৰিচালিত “চেক ভাইভা!” অভিযানৰ অধীনত অংশগ্ৰহণকাৰীসকলক নতুন সেৱা, প্ৰচাৰ পদ্ধতি, কৃত্ৰিম বুদ্ধিমত্তা বা মেটাভাৰ্চ ব্যৱহাৰ কৰি সুৰাৰ বিক্ৰী বৃদ্ধি কৰিব বিচৰা হৈছে৷ চৰকাৰী ৱেবছাইটত কোৱা হৈছে যে প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে “যুৱ প্ৰজন্মক সুৰাৰ প্ৰতি আকৰ্ষণ কৰা… আৰু সুৰা উদ্যোগটো পুনৰুজ্জীৱিত কৰা।” প্ৰতিযোগিতাখনত সকলো প্ৰকাৰৰ জাপানী সুৰাৰ বিষয়ে প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে৷ প্ৰতিটোগিতা খনত অংশগ্ৰহণৰ বাবে নাম অন্তৰ্ভুক্ত কৰাৰ শেষ তাৰিখ ৯ 9 ছেপ্টেম্বৰ। নৱেম্বৰত টকিঅ’ত এক চূড়ান্ত প্ৰতিযোগিতাৰ আগতে অক্টোবৰত ফাইনেলিষ্টসকলক আমন্ত্ৰণ জনোৱা হ’ব। চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বহুতে পৰিবাদো কৰিছে৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিছে” আপুনি মোৰ সৈতে ধেমালি কৰিছে নেকি?” । “সুৰাৰ পৰা আঁতৰি থকাটো এটা ভাল কথা!” আন কিছুমানে আঙুলিয়াই দিছে যে এটা চৰকাৰী সংস্থাৰ বাবে এনে কাম অনুপযুক্ত যেন লাগিছিল৷

যুৱ সকলক সুৰাপান কৰিবলৈ উৎসাহিত কৰা্ৰ কথা মানি ল’ব নোৱাৰি৷ জাপানৰ স্বাস্থ্য মন্ত্ৰালয়ে পূৰ্বে অত্যাধিক সুৰাপানৰ বিপদ সম্পৰ্কে সতৰ্ক কৰি দিছিল। যোৱা বছৰ স্বাস্থ্য মন্ত্ৰালয়ে নিজৰ ৱেবছাইটত এটা পোষ্টত, ই অত্যাধিক সুৰা পানক এক “মুখ্য সামাজিক সমস্যা” বুলি অভিহিত কৰিছিল আৰু অস্বাস্থ্যকৰ সুৰাপানৰ অভ্যাস থকা লোকসকলক সুৰাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক “পুনৰ বিবেচনা” কৰিবলৈ আহ্বান জনাইছিল।

জাপানৰ চৰকাৰে প্ৰকাশ কৰা মতে দেশ খনত ৪০ ৰ পৰা ৬০ বছৰ বয়সৰ প্ৰায় ৩০ শতাংশ লোকে নিয়মীয়াকৈ সুৰাপান কৰে৷ ২০ বছৰৰ মাত্ৰ ৭.৮ শতাংশ লোকেহে সুৰাপান কৰে৷ এনেদৰে, বছৰে বছৰে সুৰাপানৰ অভ্যাস হ্ৰাস হোৱাৰ ফলত জাপানত সুৰাৰ ঘৰুৱা বজাৰ সংকুচিত হোৱাৰ লগতে অৰ্থনীতিতো প্ৰভাৱ পৰিছে৷

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am
‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘উচ্চ অৰ্হতা নিম্ন পদৰ বাবে নহয়’, উচ্চ শিক্ষা লুকুৱাই ৰখাক লৈ ক্ষুব্ধ উচ্চতম ন্যায়ালয়

June 5, 2026 9:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd