DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

দ্ৰুত গতিত হ্ৰাস পাইছে জন্মৰ হাৰ : চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2023 8:46 am
148
VIEWS
Share on FacebookShare on Twitter

জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পোৱাক লৈ চিন্তিত হৈ পৰিছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা। সোমবাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ এগৰাকী মুখপাত্ৰই উদ্বেগ প্ৰকাশ কৰি কয় যে, “আমি আশংকা কৰিছোঁ যে যদি আমি হ্ৰাস পোৱা জন্মৰ হাৰ পোৱাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেন্তে এদিন জাপানৰ অস্তিত্ব নোহৱা হৈ যাব।”

উল্লেখ্য যে কভিড মহামাৰীৰ পিছৰ পৰ্যায়ত অৰ্থনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ ফলত জাপানী লোকসকলৰ মাজত পৰিয়াল সৰু কৰি ৰখাৰ প্ৰৱণতা বৃদ্ধি পাইছে।

দৰাচলতে জাপানৰ নৱ প্ৰজন্মৰ এক বৃহৎ অংশই এতিয়া বিবাহ কৰিবলৈ অনিচ্ছুক। ইয়াৰ বাবেই জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে।

এই পৰিস্থিতি দেখি জাপানৰ চৰকাৰ বৰ চিন্তিত হৈ পৰিছে। চৰকাৰী বিবৃতিটোত কোৱা হৈছে যে, “এইদৰে চলি থাকিলে দেশৰ সামাজিক গাঁথনি ধ্বংস হ‘ব। অৰ্থনীতিৰ পতন ঘটিব।”

কিন্তু বিভিন্ন সামাজিক সংগঠনৰ মতে টকিঅ’ৰ কঠোৰ অনুপ্ৰৱেশ নীতিয়েই জন্মৰ হাৰ হ্ৰাস পোৱাৰ আঁৰৰ অন্যতম কাৰণ।

নেশ্যনেল ইনষ্টিটিউট অৱ পপুলেচন এণ্ড ছ’চিয়েল ছিকিউৰিটি নামৰ চৰকাৰী সংস্থা এটাই ২০২১ চনত কৰা এক সমীক্ষাৰ ফলাফলত জন্ম হাৰৰ অনুপাতক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ পাইছিল।

সমীক্ষা অনুসৰি ১৮ৰ পৰা ৩৪ বছৰ বয়সৰ ১৭.৩ শতাংশ পুৰুষ আৰু ১৪.৬ শতাংশ মহিলাই কয় যে তেওঁলোকৰ বিবাহৰ কোনো উদ্দেশ্য নাই। ১৯৮২ চনৰ পৰা প্ৰতি বছৰে এই সমীক্ষা চলি আহিছে। কিন্তু যোৱা কেইবছৰমানৰ সমীক্ষাৰ ফলাফলে জাপান চৰকাৰক চিন্তা কৰিবলৈ বাধ্য কৰাইছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২২ চনত জাপানত ৮ লাখতকৈও কম শিশুৰ জন্ম হৈছিল। ২০২১ চনত এই সংখ্যা আছিল ৮ লাখ ১২ হাজাৰ। ২০২০ চনত ৭ লাখ ৪০ হাজাৰ। আনহাতে, ২০২২ চনত জাপানত ১৫.৮ নিযুত লোকৰ মৃত্যু হৈছিল। অৰ্থাৎ জন্মৰ তুলনাত মৃত্যুৰ হাৰ প্ৰায় দুগুণ!

Recent News

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

নিৰ্বাচনৰ আগে আগে আহি আছে নেকি কভিড?

বেয়া খবৰ !  UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd