• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত ৰত্নাকৰৰ দৃশ্যাৱলী ভাইৰেল হোৱাকলৈ শুকুৰবাৰে নিশা গীতনগৰ থানাত এজাহাৰ দাখিল যতীন বৰাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 19, 2019 8:44 am

1 min read

Jatin Borah

যতীন বৰা

2.5k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় অভিনেতা তথা পৰিচালক যতীন বৰাৰ সদ্যমুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ৰত্নাকৰৰ একাংশ দৃশ্যাৱলী ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ঘটনা সন্দৰ্ভত শুকুৰবাৰে মহানগৰীৰ গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যতীন বৰা আৰু তেওঁৰ পত্নী নৱনীতা বৰাই।

যতীন বৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তথ্য আৰু প্ৰযুক্তি আইন আৰু কপিৰাইট আইনৰ অধীনত ৪৫৮/১৯ নম্বৰত গীতানগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে, ৰত্নাকৰৰ অভিনেতা, পৰিচালক তথা প্ৰযোজক যতীন বৰাই ব্যৱসায়িকভাৱে সফল হোৱা তেওঁৰ ছবিখনক লৈ সন্তুষ্টি প্ৰকাশ কৰে যদিও এনেধৰণৰ দুষ্কাৰ্য্যৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

বৰ্তমান সফলতাৰে দ্বিতীয়টো সপ্তাহৰ বাবে ৰাজ্যৰ বিভিন্ন চলচ্চিত্ৰ গৃহত চলি থকা ৰত্নাকৰৰ কিছু দৃশ্যাৱলী কোনো দুষ্ট লোকে ৰেকৰ্ডিং কৰি ইউটিউবত প্ৰচাৰ কৰিছিল আৰু এই কথাকলৈ ক্ষোভিত হৈ পৰে যতীন বৰা।

এখন অসমীয়া চলচ্চিত্ৰ সফল হ’বলৈ বহু কষ্ট কৰিবলগীয়া হয় বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে এনে ধৰণৰ কাৰ্য্যই অসমীয়া ছবিজগতক ক্ষতিগ্ৰস্ত কৰি ধ্বংসৰ মুখলৈ ঠেলি দিব বুলি কয়।

আনহাতে, বিগত মাহত মুক্তিপ্ৰাপ্ত আন এখন ব্যৱসায়িক সফল ছবি জুবিন গাৰ্গৰ কাঞ্চনজংঘাৰ ক্ষেত্ৰতো কোনোলোকে ছ’চিয়েল মিডিয়াত ছবিখনৰ কিছু অংশ প্ৰচাৰ কৰাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছিল জুবিন গাৰ্গে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd