• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুস্থ আঞ্চলিকতাবাদৰ ভেটি প্ৰতিষ্ঠাৰ সংকল্পৰে একত্ৰিত হ’ল দুই আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
September 7, 2022 6:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিকতাবাদী দৃষ্টিভংগীৰে দীৰ্ঘদিন ধৰি কাম কৰি অহা দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে আঞ্চলিক গণ মৰ্চা আৰু ২০১৫ চনতে গঠিত অসম সংগ্ৰামী মঞ্চ আজিৰ পৰা আনুষ্ঠানিকভাৱে একত্ৰিত হ’ল বুলি ঘোষণা কৰে সন্মানীয় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

আজি গুৱাহাটী আমবাৰীস্থিত প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰি ভূঞাই কয় “ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত আপোচবিহীন আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তি সমূহৰ দৌৰাত্ম্য বাঢ়িছে আৰু উক্ত অভাৱ পূৰ্ণৰ বাবে এক শক্তিশালী বিকল্প হিচাপে আজিৰ পৰাই চেষ্টা আৰম্ভ কৰিব এই একত্রিত দলটোৱে।

Apply Now

উল্লেখ্য যে দুয়োটা দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ লোৱা সিদ্ধান্ত মর্মে আজিৰ পৰা জাতীয় দল, অসম নামেৰে দলটো নামকৰণ কৰা হয়।”

অসমে আজিৰ ৰাজনৈতিক পৰিস্থিতিত ৰাইজে বিচৰা ধৰণৰ এক শক্তিশালী প্রগতিশীল আঞ্চলিক দলৰ ভূমিকা পালন কৰিবলৈ সম্পূর্ণ চেষ্টা কৰিব বুলি উল্লেখ কৰে দলটোৰ সভাপতি হিচাপে দায়িত্ব লোৱা সাংসদ অজিত কুমাৰ ভূঞাই।

তেওঁ লগতে কয় “বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ অতিকেন্দ্রিক শাসন ব্যৱস্থা প্ৰৱৰ্তন আৰু অৰ্থনৈতিক শোষনৰ বিৰুদ্ধে ৰাইজৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিৰোধ গঢ়ি তোলাত আগভাগ ল’ব জাতীয় দল অসমে।”

দলটোৰ কাৰ্যকৰী সভাপতি দিগন্ত কোঁৱৰে কয় “ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমানৰ পৰিস্থিতিত যি সাম্প্রদায়িক মেৰুকৰণ গঢ়ি তুলিছে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ অসমৰ সকলো সম ভাবাপন্ন জাতীয় শক্তি একত্রিত হ’ব হ’ল।”

লগতে অসমৰ মৌলিক আৰু জাতীয় প্ৰশ্নবোৰৰ ক্ষেত্ৰত জাতীয় দল অসমে এক আপোচবিহীন স্থিতি ল’ব বুলি তেখেতে ঘোষণা কৰে।

সংবাদমেলত দলটোৰ নেতৃত্বই জনায় যে জিলা পৰ্যায়ৰ পৰাই দলটোক অধিক শক্তিশালী কৰি অনাগত দিনত আহি থকা নির্বাচন সমূহত এক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’বলৈ চেষ্টা ইতিমধ্যে আৰম্ভ কৰা হৈছে।

উক্ত সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদকদ্বয় প্ৰণৱ জ্যোতি চেতিয়া, সমৰজ্যোতি বেজবৰুৱাকে ধৰি বহু শীর্ষ নেতৃত্ব উপস্থিত থাকে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd