• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

Jawaৰ সীমিত দামেৰে বিশেষ বাইক মুকলি; ৰয়েল এনফিল্ড ক্লাছিকক জনাব প্ৰত্যাহবান

এন ই নাও নিউজ by এন ই নাও নিউজ
October 10, 2019 6:32 pm
jawa-anniversary-edition

জাৱাৰ বিশেষ বাইক। উৎস-ইণ্টাৰনেট

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্লাছিক লিজেণ্ডৰ জাৱা মটৰচাইকেল ইণ্ডিয়াই ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱসত এখন আকৰ্ষণীয় বাইক মুকলি কৰিছে।

জাৱাৰ নতুন বাইকখনৰ নন এ বি এছ সংস্কৰণৰ ভাৰতীয় বজাৰত মূল্য হৈছে ১.৬৪ লাখ টকা।

Apply Now

আনহাতে, এ বি এছ যুক্ত বাইকখনৰ বজাৰ মূল্য হৈছে ১.৭২ লাখ টকা।

নতুনকৈ বজাৰত মুকলি কৰি দিয়া বাইকখন ১৯২৯ চনত জাৱা প্ৰতিষ্ঠা হোৱাৰ সময়ক সোঁৱৰণ কৰি মুকলি কৰা হৈছে।

বিশেষ সংস্কৰণৰ বাইকখনৰ মাত্ৰ ৯০ খনহে বিক্ৰী কৰা হ’ব।

অতি শীঘ্ৰে লাভ কৰিব ডেলিভাৰী

জাৱাৰ বিশেষ সংস্কৰণৰ বাইকখনৰ ক্ষেত্ৰত গ্ৰাহক সকলে Jawa 500 OHV ৰ পৰা প্ৰেৰণ কৰা ৯০ সংখ্যক এনেভাৰছেৰী কালাৰ স্কীম লাভ কৰিব।

তাৰোপৰি, প্ৰতিখন বাইকৰ ইন্ধন টেংকীত ৯০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰতীক আৰু অন্য ছিৰিয়েল নম্বৰ দেখা পোৱা যাব।

যদিহে আপুনি এই বাইকখন ক্ৰয় কৰে তেনেহ’লে আপুনি অনতিপলমে ইয়াৰ ডেলিভাৰী লাভ কৰিব।

জাৱা ডীলাৰশ্বিপৰ ডিছপ্লেত ১৫ অক্টোবৰৰ পৰা জাৱাৰ লিমিটেড সংস্কৰণৰ বাইকখন উপলব্ধ হ’ব।

লাকী ড্ৰ’ত বাইক জয় কৰাৰ সুবিধা

যিসকলে গ্ৰাহকে ২২ অক্টোবৰৰ মাজৰাতিৰ পূৰ্বে জাৱাৰ বাইক বুক কৰিব তেওঁলোকে এক লাকী ড্ৰ’ৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ব।

লিমিটেড সংস্কৰণৰ বাইকখন জাৱা ষ্টেইড (জাৱা ক্লাছিক ৩০০) মডেলৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ইয়াত ২৯৩ চিচি লিকুইড কোল্ড চিংগল চিলিণ্ডাৰ ইঞ্জিন সংযুক্ত হৈ থাকিব।

এই ইঞ্জিনে ২৭ বি এইছ পি পাৱাৰ আৰু ২৮ এন এমলৈ টৰ্ক জেনেৰেট কৰিব। বাইকখনত ছিক্স-স্পীড গিয়েৰ বক্সৰো সুবিধা থাকিব।

আনহাতে, যিটো মূল্যত জাৱাই ভাৰতীয় বজাৰত ইয়াৰ বাইক মুকলি কৰিছে ইয়ালৈ লক্ষ্য কৰিলে কোম্পানীটোৱে ৰয়েল এনফিল্ডৰ ক্লাছিকক প্ৰত্যাহবান জনাব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd