• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীতিশৰ দিল্লী যাত্ৰাক লৈ অসন্তুষ্ট জেডিইউ কৰ্মী! বাসভৱন ঘেৰাও কৰি প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 2:38 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীৰ পদ এৰি দিল্লীলৈ যাবলৈ ওলাইছে নীতিশ কুমাৰ। এই কথা সূত্ৰসমূহে প্ৰকাশ কৰিছে। সকলোৱে জানে যে দহবাৰৰ মুখ্যমন্ত্ৰীৰ আসনখন খালী হৈ পৰিলে সেই আসনত বিজেপিৰ কোনোবা এজনেই বহিব। এই পৰিস্থিতিত নীতিশৰ বাসভৱন ঘেৰাও কৰি আৰম্ভ হৈছে জে ডি ইউ কৰ্মীৰ প্ৰতিবাদী আন্দোলন।

জনতা দল (ইউনাইটেড)ৰ কৰ্মী আৰু সমৰ্থকৰ বৃহৎ সংখ্যক গোট খাই শ্লোগান দিছে, হাতত প্লেকাৰ্ড লৈ থিয় হৈ আছে আৰু একাংশই চকুলো টুকিছে। প্ৰতিবাদকাৰীসকলে নীতিশ কুমাৰক বিহাৰ এৰি নাযাবলৈ আহ্বান জনাইছে। বিহাৰৰ ৰাইজে বিচাৰে নীতিশ কুমাৰক।

Apply Now

ৰাজ্যসভাৰ নিৰ্বাচনত নীতিশ কুমাৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। ফলত তেওঁ মুখ্যমন্ত্ৰীৰ পদ এৰিব পাৰে, আৰু বিজেপিৰ এজন নেতা নতুন মুখ্যমন্ত্ৰী হ’ব পাৰে। এই আশংকাত জেডিইউৰ তৃণমূল কৰ্মী আৰু মৌন হৈ থাকিব নোৱাৰিলে। বুধবাৰে নিশাৰ পৰা একাংশ যুৱ কৰ্মীৰ সমাগম হ’বলৈ ধৰে আৰু বৃহস্পতিবাৰৰ পুৱাৰে পৰা ভিৰ বাঢ়িবলৈ ধৰিলে।

শ শ দলীয় কৰ্মীয়ে বাসগৃহৰ সন্মুখত পথ অৱৰোধ কৰে। নীতিশৰ আৱাসিক এলেকাত নীতিশ কুমাৰ জিন্দাবাদ শ্ল’গানেৰে উত্তাল হৈ পৰে। জেডিইউ নেতা ৰাজীৱ ৰঞ্জন পেটেলে নেতৃত্ব দিছে প্ৰতিবাদৰ। সাংবাদিকৰ আগত তেওঁ কয়, “আমি নাকান্দি কি কৰিম? আমি ২০২৫ চনত দুৱাৰে দুৱাৰে গৈ নীতিশ কুমাৰৰ নামত ভোট বিচাৰিছো। ৰাইজে তেওঁৰ নামত ভোট দিছে। তেওঁ ৰাজ্যসভালৈ গ’লে বিহাৰৰ জনসাধাৰণ ক’লৈ যাব? যদি কোনোবাই মুখ্যমন্ত্রী সলনি কৰিব বিচাৰে, তেন্তে নির্বাচন অনুষ্ঠিত কৰিবলৈ দিয়ক, সংখ্যাগৰিষ্ঠতা আনিব দিয়ক৷ আমি ইয়াতে থাকিম, নীতিশজীক মনোনয়ন দাখিল কৰিবলৈ নিদিওঁ।”

এই ঘটনাই বিহাৰৰ ৰাজনীতিত এক নতুন মোৰ কঢ়িয়াই আনিছে। ২০২৫ চনৰ নিৰ্বাচনত নীতিশ কুমাৰৰ নামত এন ডি এ জয়ী হৈছিল। তেওঁৰ নেতৃত্বত জেডিইউ-বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিছে। এতিয়া হঠাতে ৰাজ্যসভাত প্ৰৱেশৰ খবৰে কৰ্মীসকলক আতংকিত কৰি তুলিছে৷ দলৰ ভৱিষ্যত কি? বিজেপিয়ে এইবাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ ল’ব নেকি? নে নীতিশজীৰ ল’ৰা বা আন কোনোবাই দায়িত্ব ল’ব? কিন্তু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যে নীতিশৰ বাহিৰে আন কাকো মানি ল’বলৈ ইচ্ছুক নহয় সেয়া স্পষ্ট।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd