• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩ জুলাইত অনুষ্ঠিত হ’ব JEE Advanced পৰীক্ষা, অসমীয়া ভাষাতো দিব পৰা যাব JEE(Mains) পৰীক্ষা

শিক্ষাৰ্থীক সকাহ দি চৰকাৰে ঘোষণা কৰিলে বিশেষ ৰেহাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 8:03 pm
ab 218503_1610027655
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ২৩ খন আইআইটিত নাম ভৰ্তি কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত সম্পন্ন  কৰি অহা JEE Advanced পৰীক্ষা চলিত বৰ্ষৰ ৩ জুলাইত অনুষ্ঠিত হ’ব।

আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে এই ঘোষণা কৰে।

Apply Now

মন্ত্ৰী গৰাকীয়ে কয় যে দেশত এতিয়াও কোভিড পৰিস্থিতিৰ উন্নতি ঘটা নাই।

তথাপি তাৰ মাজতে শিক্ষাৰ্থীসকলৰ কথা চিন্তা কৰি JEE Advanced পৰীক্ষা পৰ্যাপ্ত সতৰ্কতাৰ মাজেৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

৩ জুলাইত অনুষ্ঠিত হ’বলগীয়া JEE Advanced পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুতিৰ পৰ্যাপ্ত সময় পাব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। ইপিনে কোভিড পৰিস্থিতিৰ বাবেই এইবাৰৰ JEE Advanced পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে এক বিশেষ ৰেহাইৰ ব্যৱস্থা কৰা বুলিও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

তেওঁ কয় যে পূৰ্বে JEE Advanced পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলে দ্বাদশ শ্ৰেণীত কমেও ৭৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক আছিল।কিন্তু এইবাৰ কোভিড পৰিস্থিতিৰ বাবেই JEE Advanced পৰীক্ষাত বহিবলৈ ছাত্ৰ-ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কমেও ৭৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক নহয় বুলি মন্ত্ৰী নিশাংকে জানিবলৈ দিয়ে।

চৰকাৰৰ এনে পদক্ষেপৰ ফলত এইবাৰ JEE Advanced পৰীক্ষাত দ্বাদশ শ্ৰেণীত কমেও ৭৫ শতাংশ নম্বৰ নোপোৱাসকলেও অৱতীৰ্ণ হোৱাৰ সুবিধা পাব।

তেওঁ লগতে কয় যে  JEE Main 2020 ত যিসকলে যোগত্যা অৰ্জন কৰিছিল কিন্তু কোভিড পৰিস্থিতিৰ বাবে উক্ত পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ত অৱতীৰ্ণ হ’ব পৰা নাছিল তেওঁলোকেও JEE Advanced পৰীক্ষাত বহিব পাৰিব।

বিগত বৰ্ষত ক’ৰ’ণাতংকৰ মাজতে ২৭ ছেপ্তেম্বৰৰ দিনা JEE Advanced পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

এতিয়াৰে পৰা JEE(Mains) পৰীক্ষা অসমীয়াকে ধৰি ১৩ টা আঞ্চলিক ভাষাত অনুষ্ঠিত কৰা হ’ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd